• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৰমৰ দিনত ৰাতি গা ধুলে হ’ব পাৰে নেকি অপকাৰ? জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2024 7:45 pm
592
VIEWS
Share on FacebookShare on Twitter

 কৰ্মক্ষেত্ৰৰ ব্যস্ততা আৰু হেঁচাই প্ৰতিগৰাকী লোককে সাধাৰণতে ভাগৰে আগুৰি ধৰে। তাতে গ্ৰীষ্মকালত এই ভাগৰে অধিক জুৰুলা কৰে। সেয়ে এই অৱসাদ দূৰীৰ বাবে ঘৰলৈ উভতি সন্ধিয়া স্নান কৰিলে নিজকে যথেষ্ট সতেজ যেন অনুভৱ হয়।

গ্ৰীষ্মকালত সান্ধ্য স্নানৰ পিছে অপৰিসীম উপকাৰিতা আছে। দিনটোৰ ঘণ্টাৰ পিছত ঘণ্টা কৰ্মব্যস্ততা আৰু গৰমৰ জ্বালাৰ পৰা ৰক্ষাৰ বাবে সন্ধিয়াৰ স্নান একপ্ৰকাৰে থেৰাপীতকৈ কোনোগুণে কম নহয়।

গ্ৰীষ্মকালত সন্ধিয়া স্নানৰ ফলত হোৱা ৫ টা উপকাৰৰ বিষয়ে জানো আহক-

১/ গৰমৰ পৰা সকাহ দিয়ে

অসহ্য আৰু অস্বস্তিকৰ গৰমৰ পৰা তৎক্ষণাত সকাহ পাবলৈ ইয়াৰ সহজ প্ৰতিকাৰ হ’ল সন্ধিয়া স্নান কৰা। সান্ধ্য স্নানৰ ফলত শৰীৰ পৰিষ্কাৰৰ উপৰিও আমাৰ ইন্দ্ৰিয়বোৰো অত্যন্ত শান্ত হৈ পৰে আৰু আমাক পৰম সকাহ পাব।

২/ মন সতেজ কৰে

কামৰ পিছত সন্ধিয়া শীতল পানীৰ স্নানে আমাৰ মেজাজ সতেজ কৰি তুলিব আৰু ঘৰত শান্তিৰে জিৰণি লোৱাত সহায় কৰিব। স্বাভাৱিকতেই নিজকে আৰু আমাৰ চৌপাশ পৰিষ্কাৰ কৰিলে আমাৰ মেজাজটো স্বয়ংক্ৰিয়ভাৱে সুখী হৈ পৰে।

৩) শৰীৰ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে

গৰমৰ দিনত পৰিষ্কাৰ হৈ থকাটো অতি প্ৰয়োজনীয় যাতে আমি পিছত ৰোগত আক্ৰান্ত নহওঁ। সন্ধিয়া স্নান কৰিলে দিনটোৰ উত্তাপৰ ফলত শৰীৰত জমা হোৱা ময়লা পৰিষ্কাৰ হোৱাই নহয়, আপোনাক নিৰোগী কৰাতো সহায় কৰিব পাৰে।

৪/ ভাল টোপনিৰ ক্ষেত্ৰত সহায় কৰে

যেতিয়া আমাৰ শৰীৰ অপৰিষ্কাৰ হয় তেতিয়া আমি মানসিক শান্তি নাপাওঁ আৰু তাৰ ফলত আমি মানসিক চাপৰ চিকাৰ হওঁ। গতিকে, সন্ধিয়াৰ স্নানে কেৱল পৰিপাটি হোৱাত সহায় কৰাই নহয়, ইন্দ্ৰিয়বোৰো সতেজ কৰি শৰীৰক শিথিলতা প্ৰদান কৰিব পাৰে আৰু তাৰ দ্বাৰা ৰাতি ভালদৰে টোপনি অহাত সহায় কৰিব পাৰে।

৫/ শাৰীৰিক শিথিলতা আনে

স্নানে আমাৰ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে, শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰু আমাৰ শৰীৰক পৰিষ্কাৰ কৰি ৰাখে। সেয়ে শাৰীৰিক শিথিলতা লাভৰ বাবে ইয়াতকৈ সহজ প্ৰতিকাৰ আন একো হ’ব নোৱাৰে।

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd