• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুটা ভাগত বিভাজন হ’ল ১২৭ বছৰ পুৰণি গডৰেজ কোম্পানী; সম্পত্তিৰ ভাগ-বটৰা সম্পূৰ্ণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2024 8:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১২৭ বছৰীয়া গডৰেজ কোম্পানীটো ভাঙি গৈছে। চাবোনৰ পৰা আৰম্ভ কৰি ঘৰুৱা সামগ্ৰী, ৰিয়েল এষ্টেটৰ পৰা আৰম্ভ কৰি প্ৰসাধন সামগ্ৰী, প্ৰচেছড ফুডলৈকে সকলোতে গডৰেজ আছিল এক বিশ্বাসযোগ্য নাম। সেই কোম্পানীটোৰ ৫৯ হাজাৰ কোটি টকাৰ সম্পত্তি বিভাজনৰ পথত। এই সন্দৰ্ভত এখন চুক্তিও কাৰ্যকৰী কৰা হৈছে।

গডৰেজৰ মালিক আদি গডৰেজ আৰু তেওঁৰ ভাতৃ নাদিৰৰ হাতত থাকিব গডৰেজ ইণ্ডাষ্ট্ৰীজ। যাৰ হাতত আছে পাঁচটা তালিকাভুক্ত কোম্পানী। সম্পৰ্কীয় ভাই-ভনী জামছেদ আৰু স্মিতাৰ হাতত থাকিব তালিকাভুক্ত নোহোৱা গডৰেজ এণ্ড বয়ছ আৰু ইয়াৰ সহযোগী কোম্পানী লেণ্ড বেংক অৰ্থাৎ মুম্বাইৰ অভিজাত অঞ্চলৰ মাটি আৰু সম্পত্তি।

লগতে পঢ়কঃ IPL 2024: গাঁথি সুলকিল চেন্নাইৰ! পঞ্জাৱৰ হাতত পৰাজিত হৈ প্লে অফৰ দৌৰত চাপত পৰিল ছুপাৰ কিংছ

Apply Now

প্ৰতিষ্ঠিত পৰিয়ালটোৰ মুঠ সম্পত্তি দুটা ভাগত ভাগ কৰা হৈছে। এফালে আছে ৮২ বছৰীয়া আদি গডৰেজ আৰু তেওঁৰ ভাতৃ নাদিৰ (৭৩)। আনহাতে, তেওঁলোকৰ খুলশালীয়েক হ’ল ৭৫ বছৰীয়া জামছেদ গডৰেজ আৰু ৭৪ বছৰীয়া স্মিতা গডৰেজ কৃষ্ণা। এই তথ্য গডৰেজ গ্ৰুপৰ হৈ এক বিবৃতিত অৱগত কৰা হৈছে।

জামছেদ গডৰেজ গডৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। যিটো কোম্পানীৰ হাতত আছে গডৰেজ এণ্ড বয়ছৰ আৰু ইয়াৰ স্বীকৃতিপ্ৰাপ্ত অসংখ্য উদ্যোগ। ইয়াৰ ভিতৰত আছে প্ৰতিৰক্ষা বিমান পৰিবহণৰ পৰা আৰম্ভ কৰি আচবাবপত্ৰ, ইন্চেৰিয়ৰ ডেকোৰেছন আৰু আই টি চফটৱেৰলৈকে। স্মিতাৰ কন্যা নাইৰিকা হোলকাৰ (৪২) হৈছে কাৰ্যবাহী সঞ্চালিকা।

এই পৰিয়ালটোৰ হাতত আছে মুম্বাইৰ অভিজাত এলেকাত ৩৪০০ একৰ ভূমি বেংক। গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ হাতত থাকিব গডৰেজ ইণ্ডাষ্ট্ৰীজ, গডৰেজ কনজিউমাৰ প্ৰডাক্টছ, গডৰেজ প্ৰপাৰ্টিজ, গডৰেজ এগ্ৰ’ভেট আৰু এষ্টেক লাইফছায়েন্সেছ। ইয়াৰ অধ্যক্ষ হৈছে নাদিৰ গডৰেজ। আদি গডৰেজ হ’ব ইয়াৰ নিয়ন্ত্ৰক।

লগতে পঢ়কঃ ভুৱা এনকাউণ্টাৰৰ তদন্তৰ সম্পৰ্কত অসম চৰকাৰৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

বিবৃতিটোত লগতে কোৱা হৈছে যে ডাঙৰ পুত্ৰ পিৰোজছা গডৰেজ (৪২) জিআইজিৰ এক্সিকিউটিভ ভাইচ চেয়াৰমেন হব। ২০২৬ চনত তেওঁ চেয়াৰপাৰ্ছন হিচাপে যোগদান কৰিব। গডৰেজ কোম্পানীয়ে কয় যে সম্পত্তিৰ বিভাজন পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে কৰা হৈছে। এটা আপোচ কৰা হৈছে যে দুয়োটা গোটে গডৰেজ ব্ৰেণ্ড নাম ব্যৱহাৰ কৰিব পাৰিব। বিভাজনৰ পিছত দুয়োটা পক্ষই আনটো কোম্পানীৰ পৰা পদত্যাগ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd