• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড-১৯ৰক্ষা কৱচ! আই আই টি গুৱাহাটীৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সৃষ্টি নতুন মুখাৱৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2020 9:47 am
Face-shield

ক্ষিপ্ৰ, উন্নত আৰু সস্তাৰ উৎপাদনক্ষম মুখাৱৰণ বা ফেচ মাস্ক।

3.2k
VIEWS
Share on FacebookShare on Twitter

আই আই টি গুৱাহাটীৰ এগৰাকী প্ৰাক্ন শিক্ষাৰ্থী তথা এগৰাকী ইণ্ডাষ্ট্ৰীয়েল ডিজাইনাৰ হিমুজ্জ্বল শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হাস্পাতলসমূহ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ নিৰ্মাণ কৰি উলিয়াইছে উচ্চ গুণসম্পন্ন মুখাৱৰণ।

এই মুখাৱৰণ বা ফেচ মাস্ক উন্নত হোৱাৰ লগতে দ্ৰুত উৎপাদনক্ষম আৰু সস্তা বুলি এক বিবৃতিত কোৱা হৈছে।

শৰ্মা আৰু তেওঁৰ টীমটোৱে এই মুখাৱৰণ তৈয়াৰ কৰি গুৱাহাটীত স্বাস্থ্যকৰ্মী, চৰকাৰী কাৰ্যালয় আৰু বিভিন্ন বেচৰকাৰী সংস্থাসমূহৰ মাজত বিতৰণ কৰিছে।

‘’বৰ্তমান দেশজুৰি লকডাউন চলি থকা সত্ত্বেও মাত্ৰ তিনিমিনিটৰ ভিতৰতে কাটি বনাব পৰা তেওঁলোকে ক্ষিপ্ৰতাৰে কিছু অতি সৰল ডিজাইন প্ৰস্তুত কৰি উলিয়াইছে। এই মুখাৱৰণ এক বিশেষ পদ্ধতিৰে ডিজিটেলি ফেব্ৰিকেটেড হোৱাৰ বাবে উৎপাদনত উন্নত, ক্ষিপ্ৰ আৰু সস্তা হৈছে,’’-শৰ্মাই কয়।

টীমটোৱে ২৮ দিনৰ ভিতৰত প্ৰায় ১২,০০০ মুখাৱৰণ কৱচ প্ৰস্তুত কৰাৰ লগতে বিতৰণ কৰিবলৈ সক্ষম হৈছে।

তেওঁলোকে এইবোৰ জিএমচিএইচ, জিএনআৰচি, দিছপুৰ হাস্পাতল, এপ’লো হাস্পাতাল আৰু ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটকে ধৰি অসমৰ ১১৮খন হাস্পাতলত সেইবোৰ যোগান ধৰিছে।

তেওঁ কয় যে অসমৰ প্ৰায় ৮০০ চিকিৎসক, নাৰ্চিং ষ্টাফ তথা ব্যক্তিয়ে বৰ্তমান এই মুখাৱৰণ ব্যৱহাৰ কৰি আছে।

তেওঁলোকে লগতে কোভিড-১৯ৰ পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই চৰকাৰী বিষয়া, বেচৰকাৰী সংস্থা, জিএমচিএইচক ২৫০০ মুখাৱৰণ দান কৰিছে।

শৰ্মাৰ ডিজাইন কোম্পানী Izake ডিজাইন এণ্ড কনছালটেন্সি প্ৰাইভেট লিমিটেডে বৰ্তমান আই আই টি গুৱাহাটীত নেডফিৰ নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ডৰ অৰ্থ সাহায্যত সফলতাৰে প্ৰকল্পটো চলাই আছে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd