• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গছৰ গুটিৰ পৰা জৈৱ ইন্ধন প্ৰস্তুত কৰিলে গুৱাহাটী আই আই টিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2020 12:36 pm
iit-guwahati-750x375
2.3k
VIEWS
Share on FacebookShare on Twitter

ভূ-গৰ্ভৰ সঞ্চিত খনিজ তেলৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাই অহাৰ সময়তে এতিয়া বিশ্বৰ বিজ্ঞানী মহলে সন্ধান কৰিছে বিকল্প ইন্ধনৰ।

জৈৱ ইন্ধনক এক উত্তম বিকল্প ইন্ধন হিচাবে ইতিমধ্যে গণ্য কৰা হৈছে।

এনে সময়তে গুৱাহাটী আই আই টিৰ এদল গৱেষকে গছৰ গুটিৰ পৰা জৈৱ ইন্ধন প্ৰস্তুতৰ অভিনৱ পদ্ধতি আবিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটী আই আই টিৰ কেমিকেল ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক কৌস্তৱা মহান্তিৰ নেতৃত্বত শীৰ্ষ বিজ্ঞান প্ৰতিষ্ঠানখনৰ কেইবাগৰাকীও গৱেষক শিক্ষাৰ্থীয়ে গছৰ গুটিৰ পৰা জৈৱ ইন্ধন তৈয়াৰ কৰাৰ বিশেষ প্ৰযুক্তি উদ্ভাৱন কৰিছে।

এই বিষয়ে আগশাৰীৰ বিজ্ঞান জাৰ্নালত মনোজ্ঞ বিশ্লেষণ প্ৰকাশ পাইছে।

কেমিকেল ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক কৌস্তৱা মহান্তিয়ে প্ৰকাশ কৰা মতে ভক্ষণৰ অযোগ্য কেতবোৰ গছৰ গুটি যেনে গুলমোহৰ, নিম,এৰা গছ আদিৰ গুটিত পৰ্যাপ্ত পৰিমাণে তেল থাকে।

সেই তেল বিশেষ পদ্ধতিৰে নিষ্কাষণ কৰি জৈৱ ইন্ধন তৈয়াৰ কৰা হৈছে।

এই ক্ষেত্ৰত পাইৰ’লাইজাৰ নামৰ এক কম খৰচৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ কয়।

ভক্ষণৰ অযোগ্য কেতবোৰ গছৰ গুটিৰ তেলৰ সৈতে অনুঘটক হিচাবে কেতবোৰ বিশেষ ৰাসায়নিক দ্ৰৱ্য প্ৰয়োগ কৰাৰ অন্তত যি তেল পোৱা যায় সেয়া সংশোধন কৰি জৈৱ ইন্ধন পোৱাটো সম্ভৱ হৈছে।

উল্লেখ্য আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশত এতিয়া জৈৱ ইন্ধনৰ কদৰ বাঢ়িছে।

Recent News

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd