• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিদিনীয়া কৰ্মশালা : বগা হাতীৰ দেশ থাইলেণ্ডত কাজিৰঙাৰ মাউত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 10, 2024 4:49 pm
99
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰৰ বাবে থাইলেণ্ডত প্ৰশিক্ষণ গ্ৰহণ কৰিছে অসমৰ মাউতে। ৬ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ থাইলেণ্ডৰ লামপাঙৰ ৰাষ্ট্ৰীয় হাতী প্ৰতিষ্ঠানত মাউত, হাতীৰ মালিক আৰু যত্ন লোৱা লোকৰ বাবে অনুষ্ঠিত হোৱা ‘জেণ্টল ট্ৰেইনিং ৱৰ্কশ্বপ’ত অংশগ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ দুজন মাউতে।

অসমৰ পৰা যোৱা মাউত দুগৰাকী হৈছে কাছিম আলী আৰু সঞ্জীৱ পেগু।

হিউমেন-এলিফেণ্ট লাৰ্নিং প্ৰগ্ৰেমছ ফাউণ্ডেশ্যন (এইচ-ই এল পি)ৰ উদ্যোগত তিনিদিনীয়া এই অনুষ্ঠানত হাতীৰ যত্ন লোৱা, পৰিচালনা কৰা আদিৰ প্ৰশিক্ষণ দিয়া হয়।

এইচ-ই এল পি ফাউণ্ডেশ্যনৰ ড০ এণ্ড্ৰু মেকলিন আৰু ড০ পৰ্টলেণ্ড জ’নছ, আৰু ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ (ডব্লিউ টি আই) ড০ ভাস্কৰ চৌধুৰীয়ে এই প্ৰশিক্ষণ প্ৰদান কৰে।

ঘৰচীয়া হাতীৰ মানসিক চাপ, বিষ আৰু ভয় হ্ৰাস কৰিবৰ বাবে বিশেষ প্ৰশিক্ষণ দিয়ে প্ৰশিক্ষকৰ দলটোৱে।

আনহাতে পৰম্পৰাগত হাতী প্ৰশিক্ষণত অবাঞ্চিত আচৰণ শুধৰণি কৰাত গুৰুত্ব দিয়া হৈছে।

এই প্ৰশিক্ষণত নেপাল, লাওছ পিডিআৰ, থাইলেণ্ড আৰু শ্ৰীলংকাৰ মাউতেও অংশগ্ৰহণ কৰে।

Recent News

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

আহমেদাবাদত দুৰ্ঘটনা, এদিনতে বাতিল ৭খন বিমান! এয়াৰ ইণ্ডিয়াৰ কাৰ্যবাহীক জৰুৰীভাৱে তলব অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd