• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত ‘বিদেশী’ ৰাতিৰ ভিতৰতে ‘স্বদেশী’ হয় : ড০ পৰমানন্দ ৰাজবংশী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2018 9:36 am
13-05-18 Nagaon- Paramananda Rajbongshi PMT (2)

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ প্ৰতিনিধিত্ব মূলক চিত্ৰ

222
VIEWS
Share on FacebookShare on Twitter

বিদেশীৰ বাবে অসম নিৰাপদ। কিয়নো অসমত বিদেশী ৰাতিৰ ভিতৰতে স্বদেশী হৈ যাব পাৰে। আচলতে ইয়াৰ বাবে দায়ী সাধাৰণ জনতা নে অসম চৰকাৰ! বৰ্তমান অসমখনৰ প্ৰত্যেক জনগোষ্ঠীৰে নিজৰ নিজৰ ভাষাৰ প্ৰতি সংকট আহি পৰিছে। এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ।

ওদালগুৰি জিলাৰ ৰৌতা কনিষ্ঠ মহবিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থকা পৰমানন্দ ৰাজবংশীয়ে নিজৰ ভাষণ প্ৰসংগত আৰু কয় যে চৰকাৰলৈ বাট চোৱাৰ পৰিৱৰ্তে আমি নিজে নিজৰ ভাষা-সাহিত্য চৰ্চাৰে সমাজত এক বৌদ্ধিক পৰিৱেশ গঢ়ি তুলিব লাগিব। এই ক্ষেত্ৰত সাহিত্য সভাবোৰৰ গুৰুত্ব তথা কৰণীয় অপৰিসীম।

সাহিত্য সভাৰ সভাপতি গৰাকীৰ উপৰি উক্ত মুকলি সভাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে উদ্বোধনী ভাষণ আগবঢ়ায়। সভাখনত সভাপতিত্ব কৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীয়ে।

উল্লেখ্য যে মুকলি সভাৰ পূৰ্বে ২০১৮ বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ, জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

ৰূপালী জয়ন্তী উৎসৱৰ মুকলি সভাত বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো, বিধায়ক চৰণ বড়ো, প্ৰাক্তন বিধায়ক ৰখেশ্বৰ ব্ৰহ্ম, অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক অবনী চহৰীয়াকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকি তাৎপৰ্যমূলক বক্তৃতা আগবঢ়ায়।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd