• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰক্ষাৰ পণ লৈ কীয়েভৰ ৰাজপথত নামিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2022 10:05 am
1.5k
VIEWS
Share on FacebookShare on Twitter

আন্তৰ্জাতিক বাতৰি সংস্থাসমূহৰ মতে ৰাছিয়াৰ সেনাই কীয়েভ দখল কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তাৰ মাজতে শুকুৰবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ কোনো সন্ধান পোৱা হোৱা নাছিল। অনুমান কৰা হৈছিল তেওঁ নিজৰ সুৰক্ষা আৰু আত্মৰক্ষাৰ বাবে কৰবাত যেন আত্মগোপন কৰি আছিল। হয়তো গোপনে দেশ এৰি যোৱাৰ পৰিকল্পনা কৰিছিল।

কিন্তু ৰাতিপুৱাই এটা ভিডিঅ’ৰ যোগে জেলেনস্কিয়ে সকলোকে জনাই দিলে যে তেওঁ  ক’লৈকো পলাই যোৱা নাই, তেওঁ ইউক্ৰেইনতে দেশৰ জনতাৰ সৈতে আছে।

জেলেনস্কিয়ে কয়,’’ মই ক’লৈকো যোৱা নাই। আপোনালোকৰ লগতে  ইউক্ৰেইনতে দেশ ৰক্ষাৰ বাবে প্ৰাণপনে চেষ্টা কৰি আছো।‘’

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে প্ৰায় আঘা ঘন্টা কথা পাতে জেলেনস্কিয়ে। সামৰিক সাহায্যক লৈ দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানে কথা পাতিছিল বুলি জানিবলৈ দিয়ে জেলেনস্কিয়ে।

লগতে পঢ়ক: ৰুছ ভাষাৰ ছবিতো অভিনয় কৰিছিল কৌতুক অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱা জেলেনস্কিয়ে

ইউক্ৰেইনত ৰুছ সেনাৰ আগ্ৰাসন তীব্ৰতৰ হৈ পৰিছে। আকাশী পথেৰে আক্ৰমণ চলাই  এফালৰ পৰা দেশখনৰ সামৰিক ঘাটিসমূহ ধ্বংস কৰি গৈছে। সকলো প্ৰতিৰোধ উফৰাই ৰাজধানী কীয়েভত প্ৰৱেশ কৰিছে ৰুছ সেনা।

এনে পৰিস্থিতি বিভিন্ন সূত্ৰসমূহে জেলেনস্কি বাংকাৰত আশ্ৰয় লোৱা বুলি কৈছিল। কিন্তু ভিডিঅ’ত দেখা গৈছে যে সেনাৰ পোছাক পৰিধান কৰি ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত থিয় হৈ আছে জেলেনস্কি। তেওঁৰ সৈতে আছে ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী, সামৰিক বাহিনীৰ মুৰব্বীকে ধৰি আন বিষয়াসকল।

জেলেনস্কিৰ এই ভিডিঅ’টো ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগৰ টুইটাৰ হেণ্ড’লত প’ষ্ট কৰা হৈছে।

ভিডিঅ’টোত কোৱা হৈছে,’’আমি সকলো ইয়াতে আছো। আমাৰ সেনাও ইয়াত আছে। আমি সকলোৱে আমাৰ দেশ, আমাৰ স্বাধীনতা ৰক্ষা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈছো।‘’

Earlier today, Russian-controlled media spread rumors that President Zelensky had fled. Wrong. Here he is in Kyiv with his top aides. The very definition of a dignified and courageous leader. #StandWithUkriane pic.twitter.com/SUqmVi5qpM

— Aviva Klompas (@AvivaKlompas) February 26, 2022

তেওঁৰ এই বাৰ্তাই এটা কথা স্পষ্ট কৰিছে যে ৰাছিয়াই যিমানেই সেনা অভ্যুত্থানৰ বাবে উচটনি নিদিয়ক কিয় ইউক্ৰেইনৰ সেনাবাহিনীয়ে দেশ ৰক্ষাৰ বাবে সংকল্পবদ্ধ হৈছে। অন্তিম মুহূৰ্তলৈকে যুদ্ধ চলাই যাবলৈ সাজু জেলেনস্কি বাহিনী।

শেহতীয়া বাতিৰ অনুসৰি, ইউক্ৰেইনত জৰুৰী অৱস্থা জাৰি কৰা হৈছে। মিছাইল আক্ৰমম, গুলীবৰ্ষণত চহৰবোৰ কঁপি উঠিছে। ৰুছ সেনাই কেইবাটাও প্ৰশাসনিক ভৱন দখল কৰিছে।         

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd