• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Karnataka Exit Poll 2023: ৰিপাব্লিক টিভিৰ সমীক্ষাত কৰ্ণাটকত কংগ্ৰেছ পুনৰ ক্ষমতালৈ অহাৰ ইংগিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2023 8:20 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হৈ যায়। ইয়াৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণে ২২৪টা সমষ্টিত নিজৰ নতুন প্ৰতিনিধি নিৰ্বাচন কৰিব। ৰাইজে কাক নিৰ্বাচন কৰিছে ১৩ মে’ত গম পোৱা যাব। ইয়াৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে ধুমুহাৰ সৃষ্টি কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আছিল ৰাজ্যৰ শাসকীয় বিজেপিৰ আটাইতকৈ ডাঙৰ তাৰকা প্ৰচাৰক। ইয়াত ৰেলী, জনসভা, ৰোড শ্ব’কে ধৰি মুঠ ২৫টা নিৰ্বাচনী কাৰ্যসূচী অনুষ্ঠিত কৰিছিল মোদীয়ে। আনহাতে, ছোনিয়া গান্ধীয়ে অসুস্থ হৈও কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাইছিল, যাক নৰেন্দ্ৰ মোদীয়ে নিজেও উপহাস কৰাৰ পৰা বিৰত নাথাকিল।

লগতে পঢ়ক: Karnataka Exit Poll: দক্ষিণৰ একমাত্ৰ গেৰুৱা দুৰ্গত পতন! প্ৰচণ্ড চাপত মোডী-শ্বাহ

২২৪ আসনৰ কৰ্ণাটক বিধানসভাত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা ১১৩ জন। বিগত বিধান সভা নিৰ্বাচনত এই যাদুকৰী সংখ্যা পাৰ হওঁতে বিজেপি, কংগ্ৰেছ দুয়োটা দলেই হাবাথুৰি খাইছিল। সংখ্যাৰ খেল এখনত ইজনে সিজনক পৰাস্ত কৰিবলৈ তৎপৰ আছিল দুয়োটা দল।

এইবাৰ কংগ্ৰেছে স্থানীয় সমস্যা উত্থাপন কৰিছিল আৰু প্ৰথম অৱস্থাত নিৰ্বাচনী প্ৰচাৰৰ বাঘজৰী স্থানীয় নেতাৰ হাতত আছিল। অৱশ্যে পৰৱৰ্তী সময়ত ইয়াৰ শীৰ্ষ নেতা যেনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাও নিৰ্বাচনী প্ৰচাৰত যোগদান কৰে।

ৰিপাব্লিক টিভিয়ে এতিয়ালৈকে প্ৰকাশ কৰা এগজিট প’লৰ মতে আসনৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত কংগ্ৰেছে আগবাঢ়ি আছে। হাত শিৱিৰে ৯৪ৰ পৰা ১০৮খন আসন পাব পাৰে। আনহাতে, শাসকীয় বিজেপিয়ে হয়তো ৮৫-১০০ আসন পাব পাৰে। তেনে ক্ষেত্ৰত চৰকাৰ গঠনৰ বাবে কিং মেকাৰ হ’বলৈ আগবঢ়া জেডিএছৰ প্ৰয়োজন হ’ব পাৰে। জেডিএছে পাব পাৰে ২৪ৰ পৰা ৩২খন আসন। আনসকলে ২-৬খন আসন পাব বুলি সমীক্ষাত প্ৰকাশ পাইছে।

লগতে পঢ়ক: Avenger 220 Street: বাইক বিলাসীৰ বাবে সুখবৰ! পুনৰ মুকলি কৰা হৈছে এভেঞ্জাৰ ২২০ ষ্ট্ৰীট; দাম কিমান?

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কৰ্ণাটকত ৫.২১ কোটি ভোটাৰ আছে। ইয়াৰ ভিতৰত ৯ লাখ ১৭ হাজাৰ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। ২০২৩ চনৰ ১ এপ্ৰিলত ১৮ বছৰ সম্পূৰ্ণ কৰাসকলেও ভোটদান কৰিব পাৰিব। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত সকলোৰে দৃষ্টি বৰ্তমানৰ ৰাজনৈতিক সমীকৰণৰ ওপৰত নিবদ্ধ। 

Recent News

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd