• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Karnataka Exit Poll 2023: ৰিপাব্লিক টিভিৰ সমীক্ষাত কৰ্ণাটকত কংগ্ৰেছ পুনৰ ক্ষমতালৈ অহাৰ ইংগিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2023 8:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হৈ যায়। ইয়াৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণে ২২৪টা সমষ্টিত নিজৰ নতুন প্ৰতিনিধি নিৰ্বাচন কৰিব। ৰাইজে কাক নিৰ্বাচন কৰিছে ১৩ মে’ত গম পোৱা যাব। ইয়াৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে ধুমুহাৰ সৃষ্টি কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আছিল ৰাজ্যৰ শাসকীয় বিজেপিৰ আটাইতকৈ ডাঙৰ তাৰকা প্ৰচাৰক। ইয়াত ৰেলী, জনসভা, ৰোড শ্ব’কে ধৰি মুঠ ২৫টা নিৰ্বাচনী কাৰ্যসূচী অনুষ্ঠিত কৰিছিল মোদীয়ে। আনহাতে, ছোনিয়া গান্ধীয়ে অসুস্থ হৈও কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাইছিল, যাক নৰেন্দ্ৰ মোদীয়ে নিজেও উপহাস কৰাৰ পৰা বিৰত নাথাকিল।

লগতে পঢ়ক: Karnataka Exit Poll: দক্ষিণৰ একমাত্ৰ গেৰুৱা দুৰ্গত পতন! প্ৰচণ্ড চাপত মোডী-শ্বাহ

Apply Now

২২৪ আসনৰ কৰ্ণাটক বিধানসভাত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা ১১৩ জন। বিগত বিধান সভা নিৰ্বাচনত এই যাদুকৰী সংখ্যা পাৰ হওঁতে বিজেপি, কংগ্ৰেছ দুয়োটা দলেই হাবাথুৰি খাইছিল। সংখ্যাৰ খেল এখনত ইজনে সিজনক পৰাস্ত কৰিবলৈ তৎপৰ আছিল দুয়োটা দল।

এইবাৰ কংগ্ৰেছে স্থানীয় সমস্যা উত্থাপন কৰিছিল আৰু প্ৰথম অৱস্থাত নিৰ্বাচনী প্ৰচাৰৰ বাঘজৰী স্থানীয় নেতাৰ হাতত আছিল। অৱশ্যে পৰৱৰ্তী সময়ত ইয়াৰ শীৰ্ষ নেতা যেনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাও নিৰ্বাচনী প্ৰচাৰত যোগদান কৰে।

ৰিপাব্লিক টিভিয়ে এতিয়ালৈকে প্ৰকাশ কৰা এগজিট প’লৰ মতে আসনৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত কংগ্ৰেছে আগবাঢ়ি আছে। হাত শিৱিৰে ৯৪ৰ পৰা ১০৮খন আসন পাব পাৰে। আনহাতে, শাসকীয় বিজেপিয়ে হয়তো ৮৫-১০০ আসন পাব পাৰে। তেনে ক্ষেত্ৰত চৰকাৰ গঠনৰ বাবে কিং মেকাৰ হ’বলৈ আগবঢ়া জেডিএছৰ প্ৰয়োজন হ’ব পাৰে। জেডিএছে পাব পাৰে ২৪ৰ পৰা ৩২খন আসন। আনসকলে ২-৬খন আসন পাব বুলি সমীক্ষাত প্ৰকাশ পাইছে।

লগতে পঢ়ক: Avenger 220 Street: বাইক বিলাসীৰ বাবে সুখবৰ! পুনৰ মুকলি কৰা হৈছে এভেঞ্জাৰ ২২০ ষ্ট্ৰীট; দাম কিমান?

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কৰ্ণাটকত ৫.২১ কোটি ভোটাৰ আছে। ইয়াৰ ভিতৰত ৯ লাখ ১৭ হাজাৰ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। ২০২৩ চনৰ ১ এপ্ৰিলত ১৮ বছৰ সম্পূৰ্ণ কৰাসকলেও ভোটদান কৰিব পাৰিব। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত সকলোৰে দৃষ্টি বৰ্তমানৰ ৰাজনৈতিক সমীকৰণৰ ওপৰত নিবদ্ধ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am
হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

August 19, 2026 8:19 am
সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

সাৱধান! ৰে’ল ষ্টেচনৰ পানী খালেই হ’ব পাৰে ভয়ংকৰ বিপদ, ৱাটাৰ কুলাৰত ধৰা পৰিল মাৰাত্মক বেক্টেৰিয়া

August 19, 2026 7:08 am
মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am
হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

August 19, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd