• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰ আইন মহাবিদ্যালয়ত আয়কৰ বিভাগৰ তালাচী; টি ডি এছৰ অনিয়মৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2019 8:02 am
Tezpur Law College
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ চনৰ পৰাই ডি টি এছ নিদিয়াৰ অভিযোগত তেজপুৰ আইন মহাবিদ্যালয়ত আয়কৰ বিভাগৰ এটা বিশেষ দলে ২২ অক্টোবৰত মহাবিদ্যালয়খনত তালাচী অভিযান চলায়।

আয়কৰ বিভাগৰ দলটোৱে তালাচীৰ পিছত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ দুলুমনি নাথ আৰু হিচাপ পৰীক্ষক অনুৰাগ হাজৰিকাৰ জেৰা কৰা বুলি জানিব পৰা গৈছে।

Apply Now

অভিযোগ মতে, উত্তৰ অসমৰ আগশাৰীৰ আইন মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ভুৱন চন্দ্ৰ বৰুৱাই টি ডি এছ (Tax Deducted at Source) দাখিল নকৰাত আয়কৰ বিভাগৰ সন্দেহ ওপজে আৰু মহাবিদ্যালয়খনত অভিযান চলোৱাৰ সিদ্ধান্ত লয়।

অধ্যক্ষ ড০ ভুৱন চন্দ্ৰ বৰুৱাৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগো আছে।

বৰুৱাই নিজৰ এজন আত্মীয়ৰ একাউণ্টলৈ মহাবিদ্যালয়ৰ পুঁজিৰ ধনৰ অংশ ট্ৰেন্সফাৰ কৰাৰ দৰে গুৰুতৰ অভিযোগো উত্থাপন হৈ আহিছিল।

১৯৭২ চনতে স্থাপিত মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত আৰু উত্তৰ অসমত ইয়াৰ যথেষ্ট জনপ্ৰিয়তা আছে।

মহাবিদ্যালয়খনে ৩ বছৰীয়া (স্নাতক) এল এল বি ডিগ্ৰী দিয়াৰ লগতে ৫ বছৰীয়া ইণ্টিগ্ৰেটেড বি এ এল এল বি আৰু দুবছৰীয়া এ এল এম ডিগ্ৰী আগ বঢ়াই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰহস্যজনক পৰিস্থিতিত ডিব্ৰুগড়ত উদ্ধাৰ মহিলাৰ মৃতদেহ, আৰম্ভ কৰা হৈছে তদন্ত

ৰহস্যজনক পৰিস্থিতিত ডিব্ৰুগড়ত উদ্ধাৰ মহিলাৰ মৃতদেহ, আৰম্ভ কৰা হৈছে তদন্ত

June 12, 2026 7:55 am
এখন-দুখন ৰাজ্যক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন!

এখন-দুখন ৰাজ্যক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন!

June 12, 2026 7:33 am
ৰাতি টোপনি নাহে, পুৱা ব্যায়ামৰ সময় নাই! শৰীৰৰ অৱস্থা কিয় এনে হৈছে জনাইছে চিকিৎসকে

ৰাতি টোপনি নাহে, পুৱা ব্যায়ামৰ সময় নাই! শৰীৰৰ অৱস্থা কিয় এনে হৈছে জনাইছে চিকিৎসকে

June 12, 2026 6:40 am
‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰহস্যজনক পৰিস্থিতিত ডিব্ৰুগড়ত উদ্ধাৰ মহিলাৰ মৃতদেহ, আৰম্ভ কৰা হৈছে তদন্ত

ৰহস্যজনক পৰিস্থিতিত ডিব্ৰুগড়ত উদ্ধাৰ মহিলাৰ মৃতদেহ, আৰম্ভ কৰা হৈছে তদন্ত

June 12, 2026 7:55 am
এখন-দুখন ৰাজ্যক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন!

এখন-দুখন ৰাজ্যক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন!

June 12, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd