• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশী অবৈধ অনুপ্ৰৱেশক লৈ উদ্বিগ্ন ভাৰত, গৃহ মন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত উত্থাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2019 5:05 pm
India-Bangladesh: Home Minister-level Talks between India and Bangladesh

নতুন দিল্লীত ভাৰত আৰু বাংলাদেশৰ গৃ্হ মন্ত্ৰী। ছবি সৌজন্য- ভাৰতৰ গৃ্হ বিভাগ।

16.6k
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশক লৈ চুবুৰীয়া দেশখনক ভাৰতৰ উদ্বিগ্নতা জনাইছে গৃহ মন্ত্ৰী অমিত শ্বাহে।

বিশেষকৈ অসমকে ধৰি উত্তৰ-পূবলৈ হোৱা অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টো নতুন দিল্লীত দুয়ো দেশৰ গৃহ মন্ত্ৰীৰ বৈঠকত উত্থাপিত হৈছে।

“সমস্যাটোৰ এক সমাধান বিচাৰি উলিওৱাৰ বাবে, সীমান্তত নথিপত্ৰহীন লোকৰ চালচলন বিষয়টো সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহে ভাৰতৰ উদ্বিগ্নতা উত্থাপন কৰে,” যোৱা ৭ আগষ্টত অনুষ্ঠিত বৈঠকক লৈ গৃহ বিভাগৰ বিবৃতিত প্ৰকাশ।

শ্বাহ আৰু বাংলাদেশৰ গৃহ মন্ত্ৰী আচাদুজ্জআমান খানৰ মাজত নতুন দিল্লীত অনুষ্ঠিত সপ্তম ভাৰত-বাংলাদেশ গৃহ মন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত বিষয়টো উত্থাপিত হৈছে।

দুয়ো গৃহ মন্ত্ৰীয়েই সীমান্ত সুৰক্ষা আৰু সীমা ভেদি চলি থকা অপৰাধ ৰোধৰ ক্ষেত্ৰত অধিক কৰণীয়তাৰ প্ৰয়োজনীয়তাত সন্মতি প্ৰকাশ কৰে।

সীমান্তৰ অপৰাধ ৰোধৰ বিপৰীতে দুয়ো দেশৰ নাগৰিকৰ মাজত যোগাযোগ আৰু ব্যৱসায়, স্বাস্থ্য আৰু পৰ্য্যটন সুচল কৰাৰ ওপৰত দুয়ো নেতাই গুৰুত্ব আৰোপ কৰে।

তাৰোপৰি, উগ্ৰপন্থীক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি নিদিয়াক লৈ গৃহ মন্ত্ৰী শ্বাহে চুবুৰীয়া দেশখনৰ নীতিৰ শলাগ লয়।

বৈঠকত নিৰাপত্তা আৰু সীমান্তৰ আন্তঃগাঁথনি সম্পৰ্কেও পৰ্য্যালোচনা হয়।

“এই বিষয়সমূহৰ ক্ষিপ্ৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণত (দুয়ো পক্ষই) সন্মতি প্ৰকাশ কৰে,” বিবৃতিত প্ৰকাশ।

চুবুৰীয়া দেশ দুখনৰ মাজৰ “কৌশলগত অংশীদাৰিত্ব” (strategic partnership)ক লৈ বৈঠকত দুয়ো পক্ষই সন্তুষ্টি ব্যক্ত কৰে।

“আজি আমাৰ জোঁটবন্ধন পৃথিৱীজুৰি ভাল চুবুৰীয়াজনিত সম্পৰ্কৰ আদৰ্শ,” বিবৃতিত প্ৰকাশ।

Recent News

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

টোল টেক্সৰ বাবে বছৰেকীয়া পাছ প্ৰৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ, এটা ৰিচাৰ্জত ২০০ ব্যৱহাৰ কৰিব পাৰিব আপুনি

টোল টেক্সৰ বাবে বছৰেকীয়া পাছ প্ৰৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ, এটা ৰিচাৰ্জত ২০০ ব্যৱহাৰ কৰিব পাৰিব আপুনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd