• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশী অবৈধ অনুপ্ৰৱেশক লৈ উদ্বিগ্ন ভাৰত, গৃহ মন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত উত্থাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2019 5:05 pm
India-Bangladesh: Home Minister-level Talks between India and Bangladesh

নতুন দিল্লীত ভাৰত আৰু বাংলাদেশৰ গৃ্হ মন্ত্ৰী। ছবি সৌজন্য- ভাৰতৰ গৃ্হ বিভাগ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশক লৈ চুবুৰীয়া দেশখনক ভাৰতৰ উদ্বিগ্নতা জনাইছে গৃহ মন্ত্ৰী অমিত শ্বাহে।

বিশেষকৈ অসমকে ধৰি উত্তৰ-পূবলৈ হোৱা অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টো নতুন দিল্লীত দুয়ো দেশৰ গৃহ মন্ত্ৰীৰ বৈঠকত উত্থাপিত হৈছে।

Apply Now

“সমস্যাটোৰ এক সমাধান বিচাৰি উলিওৱাৰ বাবে, সীমান্তত নথিপত্ৰহীন লোকৰ চালচলন বিষয়টো সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহে ভাৰতৰ উদ্বিগ্নতা উত্থাপন কৰে,” যোৱা ৭ আগষ্টত অনুষ্ঠিত বৈঠকক লৈ গৃহ বিভাগৰ বিবৃতিত প্ৰকাশ।

শ্বাহ আৰু বাংলাদেশৰ গৃহ মন্ত্ৰী আচাদুজ্জআমান খানৰ মাজত নতুন দিল্লীত অনুষ্ঠিত সপ্তম ভাৰত-বাংলাদেশ গৃহ মন্ত্ৰী পৰ্য্যায়ৰ বৈঠকত বিষয়টো উত্থাপিত হৈছে।

দুয়ো গৃহ মন্ত্ৰীয়েই সীমান্ত সুৰক্ষা আৰু সীমা ভেদি চলি থকা অপৰাধ ৰোধৰ ক্ষেত্ৰত অধিক কৰণীয়তাৰ প্ৰয়োজনীয়তাত সন্মতি প্ৰকাশ কৰে।

সীমান্তৰ অপৰাধ ৰোধৰ বিপৰীতে দুয়ো দেশৰ নাগৰিকৰ মাজত যোগাযোগ আৰু ব্যৱসায়, স্বাস্থ্য আৰু পৰ্য্যটন সুচল কৰাৰ ওপৰত দুয়ো নেতাই গুৰুত্ব আৰোপ কৰে।

তাৰোপৰি, উগ্ৰপন্থীক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি নিদিয়াক লৈ গৃহ মন্ত্ৰী শ্বাহে চুবুৰীয়া দেশখনৰ নীতিৰ শলাগ লয়।

বৈঠকত নিৰাপত্তা আৰু সীমান্তৰ আন্তঃগাঁথনি সম্পৰ্কেও পৰ্য্যালোচনা হয়।

“এই বিষয়সমূহৰ ক্ষিপ্ৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণত (দুয়ো পক্ষই) সন্মতি প্ৰকাশ কৰে,” বিবৃতিত প্ৰকাশ।

চুবুৰীয়া দেশ দুখনৰ মাজৰ “কৌশলগত অংশীদাৰিত্ব” (strategic partnership)ক লৈ বৈঠকত দুয়ো পক্ষই সন্তুষ্টি ব্যক্ত কৰে।

“আজি আমাৰ জোঁটবন্ধন পৃথিৱীজুৰি ভাল চুবুৰীয়াজনিত সম্পৰ্কৰ আদৰ্শ,” বিবৃতিত প্ৰকাশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm
বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm
কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm
বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd