• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত বিৰোধী ভুৱা প্ৰচাৰ চলোৱা ৩৫টা পাকিস্তানী ইউটিউব চেনেল বন্ধ কৰিলে মোদী চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2022 10:17 am
blocked-logo
2k
VIEWS
Share on FacebookShare on Twitter

ভাৰত বিৰোধী ভুৱা প্ৰচাৰ চলোৱাৰ বিৰুদ্ধে মোদী চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ৩৫টা ইউটিউব চেনেল, দুটা ইনষ্টাগ্ৰাম, দুটা টুইটাৰ একাউন্ট, দুটা ৱেবছাইট আৰু এটা ফেচবুক একাউন্ট ব্লক কৰাৰ সিদ্ধান্ত লৈছে।

তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ যুটীয়া সচিব বিক্ৰম সহায়ে জানিবলৈ দিয়ে যে এই ইউটিউব চেনেল তথা টুইটাৰ, ইনষ্টাগ্ৰাম, ফেচবুক একাউন্টসমূহ পাকিস্তানৰ পৰা পৰিচালনা কৰা হৈছিল।

উক্ত ৩৫টা ইউটিউব চেনেলৰ মুঠ ১কোটি ২০ লাখ ছাবস্ক্ৰাইবাৰ আছিল বুলি কোৱা হৈছে। হিচাপ অনুসৰি, ভাৰত বিৰোধী ভুৱা খৱৰ বিয়পোৱা এই ইউটিউব চেনেলৰ ভিডিঅ’সমূহ কমেও ১৩০ কোটি লোকে চাইছে।

লগতে পঢ়ক: ক্ষমতা লাগে হাগ্ৰামাক! বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ হ’ব বিপিএফ; আজি চূড়ান্ত কৰিব সিদ্ধান্ত

চোৰাংচোৱাৰ সূত্ৰসমূহে দিয়া তথ্য অনুসৰি পাকিস্তানৰ পৰা পৰিচালিত এই ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ভাৰত বিৰোধী প্ৰচাৰ চলোৱা হৈছিল।   

তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ যুটীয়া সচিব বিক্ৰম সহায়ে জানিবলৈ দিয়া মতে ইয়াৰ ভিডিঅ’সমূহত ভাৰতীয় সেনা, জম্মু আৰু কাশ্মীৰ বিষয়কে ধৰি ভাৰতৰ সৈতে আন দেশসমূহৰ সম্পৰ্কক লৈ বিভিন্ন ভুৱা তথ্য দাঙি ধৰা হৈছে।

লগতে পঢ়ক:Priyanka Chopra: গোপনে ৰাখিব বিচাৰিছে খৱৰটো! মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা

আনকি দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স বিপিন ৰাৱাটৰ মৃত্যু সম্পৰ্কতো ভুল খৱৰ প্ৰচাৰ কৰা হৈছিল।

আনহাতে, বিগত মাহত পাকিস্তানৰ ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট মোদী চৰকাৰে বন্ধ কৰিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd