• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ আঢ়ৈ দিনত বাংলাদেশৰ বিৰুদ্ধে কানপুৰ টেষ্ট জিকি ছিৰিজ ‘হোৱাইটৱাছ’ ৰোহিত বাহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2024 2:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাবলৈ গ’লে পাঁচ দিনতে কানপুৰ টেষ্টৰ অন্ত পৰিল। কিন্তু মাত্আৰ ঢ়ৈ দিনৰ খেলতে আহিল জয়। খেল চাই টেষ্ট নে টি-২০, ধৰিবই নোৱাৰিব! বহুতে টি-টেন বুলিও কোৱা শুনা গৈছেয। ইয়াৰ পিছত জয়ৰ আছিল মাথোঁ সময়ৰ অপেক্ষা। দ্বিতীয়খন টেষ্টত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি ভাৰতে শৃংখলা হস্তগত কৰে। ছিৰিজ হোৱাইৱাছ হৈ ঘৰলৈ উভতিব বাংলাদেশ।

ভাৰতলৈ অহাৰ পূৰ্বে বাংলাদেশে দুখন টেষ্টত পাকিস্তানক পৰাস্ত কৰিছিল। ভাৰতৰ মাটিত ৰোহিত বাহিনীক হৰুওৱাৰ সপোন দেখিছিল। কিন্তু চাকিব-মুছফিকুৰহঁতে এতিয়া সপোন আৰু বাস্তৱৰ পাৰ্থক্য বুজিব পাৰিছে। চেন্নাইত অনুষ্ঠিত প্ৰথমখন টেষ্টত তেওঁলোক ২৮০ ৰানত পৰাস্ত হয়। দ্বিতীয়খন টেষ্টত ভাৰতে ৭ উইকেটত জয়লাভ কৰে।

কিন্তু এটা সময়ত এনে লাগিছিল যেন এই টেষ্টখন ড্ৰ’ৰ দিশে গৈ আছে। বৰষুণৰ বাবে প্ৰথম দিনা মাত্ৰ ৩৫ অভাৰহে খেলা হয়। তেতিয়া বাংলাদেশৰ বেটিং সুস্থিৰ স্থানত আছিল। দ্বিতীয় আৰু তৃতীয় দিনা কোনো বল পৰা নাছিল। চতুৰ্থ দিনা যেতিয়া এই দুয়োটা দলে খেলপথাৰত নামিল, কোনে জানিছিল যে ৰোহিতবাহিনীয়ে টেষ্ট ক্ৰিকেটৰ সংজ্ঞা সলনি কৰিব।

লগতে পঢ়কঃ ছাত্ৰৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত ২টা ছাত্ৰাৱাস বন্ধ কৰি দিলে গুৱাহাটী বিশ্ববিদ্যালয়ে

হাতত মাত্ৰ দুদিন। বাংলাদেশৰ বেটিং বিধ্বস্ত কৰাৰ কাম বুমৰাহ-অশ্বিনে কৰিলে। বাংলাদেশে প্ৰথম ইনিংছত ২৩৩ ৰানত ৰৈছিল। মমিনুল হকে যুঁজ দি শতক অৰ্জন কৰে। ইয়াৰ পিছতেই আৰম্ভ হ’ল ভাৰতৰ আচল ‘খেল’। প্ৰথম তিনিটা অভাৰতে ৫০ৰো অধিক ৰান সংগ্ৰহ কৰে ৰোহিত-যশস্বীয়ে। দলীয় দ্ৰুততম ৫০, ১০০, ২০০ ৰান চতুৰ্থ দিনত সকলো হয় ভাৰতৰ দ্বাৰা। জয়ছোৱালে ৭২ ৰান সংগ্ৰহ কৰে। ভাৰতে নিজস্ব ‘বেছবল’ত ৩৫ অভাৰত ২৮৫ ৰান সংগ্ৰহ কৰে।

চতুৰ্থ দিনৰ শেষত যেতিয়া বাংলাদেশে বেটিং কৰিবলৈ আহিছিল, তেতিয়া ৫২ ৰানত পিছ পৰি আছিল। তেওঁলোকে সেইটো অতিক্ৰম কৰিলে। কিন্তু বহু দূৰলৈ যাব নোৱাৰিলে। বাংলাদেশৰ ইনিংছ ১৪৬ ৰানত বন্ধ হৈ পৰে। বাংলাদেশে ভাৰতক মাত্ৰ ৯৫ ৰানৰ লক্ষ্য দিছিল। ৰোহিত-যশস্বীহঁতৰ আক্ৰমণৰ লগে লগে ভাৰতক জয়ী হ’বলৈ বেছি সময় নালাগিল।

ছাদমান ইছলামে পুৱাই ৰক্ষা কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিছিল। তেওঁ অৰ্ধশতকো অৰ্জন কৰে। কিন্তু অধিনায়ক শান্তৰ অলপ প্ৰতিৰোধৰ বাহিৰে তেওঁ সংগত কাকো নাপালে। শূন্য ৰাণেৰে উভতিছিল ছাকিব আল হাছান। এয়াই চাগে তেওঁৰ জীৱনৰ শেষ টেষ্ট। আৰু তাৰ পৰিসমাপ্তি খুব এটা ভালকৈ নহ’ল।

লগতে পঢ়কঃ গুলীবিদ্ধ অভিনেতা গোবিন্দা! গুলী উফৰি লাগিল অভিনেতাৰ দেহত, ভৰ্তি চিকিৎসালয়ত

শেষৰ ফালে অভিজ্ঞ মুছফিকুৰ ৰহিমে কিছু প্ৰচেষ্টা চলায়। অৱশ্যে তাতো শেষ ৰক্ষা নহ’ল। ব্যক্তিগত ৩৭ ৰানত বুমৰাহৰ বলত বোল্ড হয়মুছফিকুৰ। অশ্বিনে লাভ কৰে ৩টা উইকেট, জাডেজাইও সংগ্ৰহ কৰে ৩টা উইকেট। বুমৰাহেও ৩টা উইকেট দখল কৰে। বাংলাদেশৰ লক্ষ্য অতি সহজে অতিক্ৰম কৰি ভাৰতে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd