• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাত্ৰৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত ২টা ছাত্ৰাৱাস বন্ধ কৰি দিলে গুৱাহাটী বিশ্ববিদ্যালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2024 1:27 pm
113
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৭ ছেপ্টেম্বৰত দুটা ছাত্ৰাৱাসৰ ছাত্ৰৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দুটা ছাত্ৰাৱাস আৰচিচি-১ আৰু আৰচিচি-২–সাময়িকভাৱে বন্ধ কৰি দিছে।

এই কাণ্ডত বাহিৰৰ লোক আৰু দুষ্কৃতিকাৰী জড়িত হোৱাৰ ফলত একাধিক ছাত্ৰ আৰু নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলৰ একাংশ স্থানীয় চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত ভৰ্তি হৈ আছে।

সোমবাৰে (৩০ ছেপ্টেম্বৰ) জাৰি কৰা বিশ্ববিদ্যালয়ৰ অধিসূচনা অনুসৰি, সংঘৰ্ষৰ ফলত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আৰচিচি-১ আৰু আৰচিচি-২ দুয়োটা ছাত্ৰাৱাস সাময়িকভাৱে বন্ধ কৰা হৈছে। এই সিদ্ধান্তৰ লক্ষ্য হৈছে অধিক হিংসা ৰোধ কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আশ্বাস দিছে যে ক্ষতিগ্ৰস্ত ছাত্ৰৰ শৈক্ষিক কাম-কাজত কোনো বাধাৰ সৃষ্টি নহয়।

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ আকস্মিক বিয়োগ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰা এক অধিসূচনাত উল্লেখ কৰা হৈছে যে ইতিমধ্যে হোষ্টেল দুটাৰ আৱাসীসকলৰ বাবে কেম্পাছৰ ভিতৰতে বিকল্প হোষ্টেলত থকাৰ ব্যৱস্থা কৰা হৈছে।

স্থানচ্যুত আৱাসীসকলক ৰখাৰ বাবে বিশ্ববিদ্যালয়খনে কিছুমান ছাত্ৰক গেষ্ট হাউছ, ইউজিচি-এমএমটিটিচি, এলমনাই হাউছ আৰু পুৰণি ৰিক্ৰিয়েশ্যনৰ চেন্টাৰৰ লগতে এ টি -৪, এ টি -৫ , এ টি -৭, এ টি-৯ ( আইন), এ টি-১০, আৰ চি চি-৩ আৰু আৰ চি চি-৪ বয়ছ হোষ্টেলত ৰখাৰ ব্যৱস্থা কৰিছে।

ইনষ্ট্ৰুমেণ্টেচন এণ্ড ইউএছআইচিৰ সহকাৰী অধ্যাপক দেবাশীস শইকীয়াই এই অস্থায়ী সুবিধাসমূহত ৰখা ছাত্ৰ-ছাত্ৰীৰ ব্যৱস্থা তদাৰক কৰিব।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দুই ছাত্ৰাৱাসৰ আৱাসীসকলক ৪৮ ঘণ্টাৰ ভিতৰত (২ অক্টোবৰৰ বিয়লি ৪:০০ বজাৰ ভিতৰত) বৰ্তমানৰ কোঠাসমূহ খালী কৰিবলৈ কৈছে। কৰ্তৃপক্ষই আৱাসীসকলৰ মসৃণ বদলিৰ সুবিধাৰ বাবে যাতায়তৰ সুবিধা প্ৰদান কৰিব।

লগতে পঢ়কঃ শান্তিপূৰ্ণ পদযাত্ৰা কৰি অহা সোনম ৱাংচুকক দিল্লীত আটক; প্ৰতিবাদত সৰৱ বিৰোধী নেতা ৰাহুল গান্ধী

বিশ্ববিদ্যালয়খনে জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি সংঘৰ্ষৰ কাৰণ তদন্ত কৰি সকলো ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰিছে বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd