• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শান্তিপূৰ্ণ পদযাত্ৰা কৰি অহা সোনম ৱাংচুকক দিল্লীত আটক; প্ৰতিবাদত সৰৱ বিৰোধী নেতা ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2024 12:47 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আৰক্ষীয়ে মাজনিশা সোণম ৱাংচুকক আটক কৰে। এই ঘটনাক লৈ সৰৱ হৈ পৰিছে ক্ষুব্ধ বিৰোধী নেতা ৰাহুল গান্ধী। এই আটকৰ বাবে তেওঁ প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দোষাৰোপ কৰে। ইয়াৰ লগতে লোকসভাৰ বিৰোধী দলৰ নেতাগৰাকীৰ স্পষ্ট দাবী যে পৰিৱেশ সুৰক্ষাৰ দাবীত আন্দোলনকাৰীসকলক গ্ৰেপ্তাৰ কৰাটো একেবাৰেই মানি ল’ব নোৱাৰি।

দীৰ্ঘদিন ধৰি সোনম ৱাংচুকে পৰিৱেশ সুৰক্ষা আৰু প্ৰকৃতি বচোৱাৰ প্ৰচাৰ চলাই আহিছে। লগতে একেৰাহে ২১ দিন অনশনতো বহিছিল।

কেন্দ্ৰৰ সন্মুখত নিজৰ দাবী তুলি ধৰিবলৈ সোনমে নতুন কাৰ্যসূচী গ্ৰহণ কৰিছে। স্থানীয় দাবীত মোডী চৰকাৰক লাডাখৰ নেতৃত্বৰ সৈতে আলোচনাত বহিবলৈ দাবী জনাই তেওঁ লেহৰ পৰা দিল্লীলৈ পদযাত্ৰা উলিয়াইছে। এই কাৰ্যসূচীত সোনমৰ সৈতে জ্যেষ্ঠ নাগৰিক আৰু প্ৰাক্তন সেনাকৰ্মীসকলো আছে।

Apply Now

লগতে পঢ়কঃ গুলীবিদ্ধ অভিনেতা গোবিন্দা! গুলী উফৰি লাগিল অভিনেতাৰ দেহত, ভৰ্তি চিকিৎসালয়ত

যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই পদযাত্ৰা। সোমবাৰে দিল্লী সীমান্তত উপস্থিত হয় সোনমৰ নেতৃত্বত সমদলকাৰীসকল। দিল্লী আৰক্ষীয়ে তাতেই মাজনিশা সোনমক আটক কৰে।

নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি এইকথা জনাইছে সোনম ৱাংচুকে। দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৫০ জন পদযাত্ৰীক। পিছত সোনমে গান্ধীজীৰ কথা সোঁৱাৰাই কয়, “শান্তিপূৰ্ণভাৱে বাপুৰ সমাধিস্থললৈ যাত্ৰা কৰাৰ সময়তে আমাক আটক কৰা হ’ল। হে ৰাম, বিশ্বৰ অন্যতম বৃহৎ গণতন্ত্ৰ এয়া কি অৱস্থা! আমাৰ কপালত কি আছে নাজানো।”

জানিব পৰা মতে, পদযাত্ৰীসকলে গোটেই ৰাতি নোখোৱাকৈয়ে আছে। তেওঁলোকে লগতে অনিৰ্দিষ্টকালৰ বাবে অনশনৰ আহ্বানো দিছে।

লগতে পঢ়কঃ ইজৰাইলৰ সেনা প্ৰৱেশ কৰিলে লেবাননত; ছিন্নভিন্ন হৈ পৰিল হিজবুল্লাহ

সোনমক আটক কৰাৰ খবৰ পোহৰলৈ অহাত ক্ষুব্ধ হৈ পৰে বিৰোধী নেতা ৰাহুল গান্ধী। এক্স হেণ্ডলত তেওঁ লিখিছে, ‘শান্তিপূৰ্ণ প্ৰতিবাদৰ পৰা সোনম ৱাংচুক আৰু শতাধিক লাডাখীক গ্ৰেপ্তাৰ কৰাটো একেবাৰেই গ্ৰহণযোগ্য নহয়। লাডাখৰ ভৱিষ্যতৰ বাবে প্ৰতিবাদ কৰা বৃদ্ধসকলক কিয় এনেদৰে আটক কৰা হ’ব?”

The detention of Sonam Wangchuk ji and hundreds of Ladakhis peacefully marching for environmental and constitutional rights is unacceptable.

Why are elderly citizens being detained at Delhi’s border for standing up for Ladakh’s future?

Modi ji, like with the farmers, this…

— Rahul Gandhi (@RahulGandhi) September 30, 2024

প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি ৰাহুলে লগতে কয় যে কৃষক আন্দোলনৰ দৰেই এইবাৰো মোডীজীৰ অহংকাৰ ভংগ হ’ব। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও আটকৰ তীব্ৰ প্ৰতিবাদ জনাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd