• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2025 10:00 pm
55
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ লোকপিয়ল আয়ুক্ত তথা মহাপঞ্জীয়ক মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে ঘোষণা কৰিছে যে ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা দেশজুৰি নাগৰিকৰ গৃহৰ তালিকা প্ৰস্তুতৰ কাম (House Listing Operation) আৰম্ভ হ’ব। এই সন্দৰ্ভত তেওঁ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকললৈ এখন গুৰুত্বপূর্ণ পত্ৰ প্ৰেৰণ কৰিছে।

এই পত্ৰত উল্লেখ আছে যে, ২০২৬ চনৰ ১ এপ্ৰিলৰ আগতে ৰাজ্য আৰু জিলা প্ৰশাসনৰ সহযোগত তত্বাৱধায়ক আৰু গণনাকাৰী নিযুক্তি সম্পূৰ্ণ কৰি তেওঁলোকৰ মাজত দায়িত্ব বণ্টন কৰা হ’ব।

দুটা পৰ্যায়ত চলিব ২০২৬ লোকপিয়ল

এইবাৰ ডিজিটেল পদ্ধতিৰে লোকপিয়ল দুটা পৰ্যায়ত সম্পন্ন কৰা হ’ব —

  1. House Listing Operation (HLO): পৰিয়ালৰ আয়, সম্পত্তি, বাসগৃহৰ পৰিসৰ, সেৱা-সুবিধা আদিৰ তথ্য সংগ্ৰহ।
  2. Population Enumeration: পৰিয়ালৰ প্ৰতিজন সদস্যৰ ব্যক্তিগত আৰু আৰ্থ-সামাজিক তথ্য সংগ্ৰহ।

উল্লেখযোগ্যভাৱে, এইবাৰ লোকপিয়লৰ সৈতে জাতি জনগণনাও সমান্তৰালভাৱে চলিব। যিটো বহুদিন ধৰি কংগ্ৰেছসহ বিভিন্ন বিৰোধী দলৰ দাবী আছিল।

 পৰ্যায়ক্রমে আৰম্ভ হ’ব লোকপিয়ল

  • ২০২৬ চনৰ ১ অক্টোবৰ: লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত আৰম্ভ।
  • ২০২৭ চনৰ ১ মাৰ্চ: দেশৰ বাকী ৰাজ্যসমূহত আৰম্ভ।

প্ৰতি ১০ বছৰত  লোকপিয়ল কৰা হয় যদিও ২০১১ৰ পাছত ২০২১ৰ লোকপিয়ল COVID-19 মহামাৰীৰ বাবে স্থগিত কৰা হয়। ২০২৩ চনৰ সম্ভাৱনাৰ পাছতো মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে লোকপিয়লৰ পথ নল’লে। এই সম্পূর্ণ সময়ছোৱাত মোদী চৰকাৰৰ সময়ছোৱাত এখনো লোকপিয়ল অনুষ্ঠিত হোৱা নাই, যাৰ ফলত চৰকাৰৰ ভিতৰতে বহু প্ৰশ্ন উঠিছিল।

এইবাৰ লোকপিয়লত প্ৰশ্নৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে সময় আৰু ব্যয় দুয়োটা বৃদ্ধি পোৱাৰ সম্ভাৱনা। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই প্ৰস্তুতি আৰম্ভ কৰিছে বুলি সদৰী কৰিছে।

Recent News

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd