• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অপাৰেচন সিন্দূৰৰ পোষ্টত হাঁহিৰ ইমোজিৰে প্ৰতিক্ৰিয়া জনোৱা মহিলাৰ বিৰুদ্ধে এফআইআৰ বাতিলৰ আবেদন খাৰিজ বম্বে উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2025 1:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বম্বে উচ্চ ন্যায়ালয়ে মঙলবাৰে পুনেৰ ফাৰাহ দীবা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিলৰ আবেদন খাৰিজ কৰিছে। অভিযোগ অনুসৰি তেওঁৰ হাউছিং ছ’চাইটিৰ হোৱাটছএপ গ্ৰুপত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ প্ৰশংসা কৰা এটা মেছেজত হাঁহিৰ ইমোজিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ন্যায়াধীশ এ এছ গাডকাৰী আৰু ৰাজেশ পাটিলৰ বিচাৰপীঠে কয় যে তেওঁৰ এই কাৰ্য্যই ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু ঐক্যক বিপদত পেলোৱা, গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা, জাতীয় সংহতিৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক বক্তব্য, শান্তি ভংগৰ উদ্দেশ্যে ইচ্ছাকৃত অপমান আৰু ৰাজহুৱা উপদ্ৰৱৰ সৃষ্টিৰ অভিযোগৰ অধীনত প্ৰাথমিকভাৱে গোচৰ গঠন কৰে।

আদালতে উল্লেখ কৰে যে ৪৬ বছৰীয়া শিক্ষয়িত্ৰী ফাৰাহ দীবাই হোৱাটছএপত ভাৰতৰ পতাকা জ্বলোৱা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰকেটত থকা দৃশ্যৰ এটা ষ্টেটাছ পোষ্ট কৰিছিল, যাক আপত্তিজনক বুলি গণ্য কৰা হৈছে। তেওঁ ভাৰতক প্ৰতাৰক বুলি অভিহিত কৰি তেওঁৰ পিতৃ আৰু মাতৃৰ পৰিয়ালৰ পাকিস্তানী উৎপত্তিৰ কথা উল্লেখ কৰিছিল, যিয়ে তেওঁৰ “দোষী মন”ৰ ইংগিত দিয়ে বুলি আদালতে মন্তব্য কৰে। এই পোষ্টৰ ফলত তেওঁৰ হাউছিং ছ’চাইটিৰ বাসিন্দাসকলে প্ৰতিবাদ কৰি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

Apply Now

২০২৫ চনৰ ১৫ মে’ত পুনেৰ কলেপদল আৰক্ষী থানাত “সাথ সাথ মাৰ্গোছা লেডিজ” হোৱাটছএপ গ্ৰুপৰ এজন সদস্যৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰা হয়। এই ঘটনা ৭ মে’ত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ পিছত সংঘটিত হয়।

অভিযুক্ত মাহিলাগৰাকীয়ে যুক্তি দিছিল যে তেওঁ সেই সময়ত মানসিকভাৱে অস্থিৰ আছিল আৰু পোষ্টবোৰ আপত্তিজনক বুলি বুজি পোৱাৰ পিছত ক্ষমা বিচাৰি আঁতৰাই পেলাইছিল। লগতে তেওঁ শিক্ষকতাৰ চাকৰি হেৰুৱাৰ পেছাগত পৰিণতিৰ কথাও উল্লেখ কৰে। আদালতে এই যুক্তি নাকচ কৰি কয় যে স্নাতকোত্তৰ আৰু বি.এড. ডিগ্ৰীধাৰী শিক্ষিত ব্যক্তি হিচাপে তেওঁ নিজৰ কাৰ্য্যৰ প্ৰভাৱ আগতেই বিবেচনা কৰা উচিত আছিল। দেশে সেনাৰ সফলতা উদযাপন কৰি থকাৰ সময়ত তেওঁৰ পোষ্টৰ দ্বাৰা ক্ষতি কৰাৰ উদ্দেশ্য প্ৰকাশ পাইছে। তেওঁৰ মানসিক অৱস্থাৰ অজুহাত গ্ৰহণযোগ্য নহয় বুলি বিচাৰপীঠে জোৰ দিয়ে।

আদালতে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৫২ (সাৰ্বভৌমত্ব বিপন্ন কৰা), ধাৰা ১৯৬ (শত্ৰুতা প্ৰসাৰ), ধাৰা ১৯৭ (জাতীয় সংহতিৰ বিৰুদ্ধে পক্ষপাতিত্ব), ধাৰা ৩৫২ (ইচ্ছাকৃত অপমান) আৰু ধাৰা ৩৫৩ (ৰাজহুৱা উপদ্ৰৱ)ৰ অধীনত দাখিল এফআইআৰ সমৰ্থন কৰে। লগতে আদালতে ইয়াৰ বাবে অধিক তদন্তৰ প্ৰয়োজন বুলিও উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd