• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ লৈছে বৈদেশিক মন্ত্ৰ্যালয়ে? চাওক সৱিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2022 8:49 am
Indians in Ukrain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনত যুদ্ধৰ উৎকণ্ঠা, উদ্বিগ্নতাৰ মাজত সময় পাৰ কৰিছে দেশখনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী তথা নাগৰিকসকলে। কেনেকৈ ইউক্ৰেইনৰ পৰা তেওঁলোক নিজৰ দেশলৈ উভতি আহিব? এনে বহু চিন্তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ পৰা কিছু আশা জগাই তোলা হৈছে।

বৈদেশিক মন্ত্ৰ্যালয়ৰ সচিব হৰ্ষ ভি শ্ৰীংলাই ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ভাৰতৰ স্থিতিৰ কথা জনাইছে।

সূত্ৰসমূহৰ মতে ইউক্ৰেইনত প্ৰায় ২০ হাজাৰ ভাৰতীয় লোক আৱদ্ধ হৈ আছে। বৈদেশিক মন্ত্ৰ্যালয়ে স্পষ্ট কৰি দিছে যে তাত থকা ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰা হ’ব।

লগতে পঢ়ক: গুগলত নিৰাপদ আশ্ৰয় বিচাৰক; ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক লুকাই থাকিবলৈ পৰামৰ্শ ভাৰতৰ

বৈদেশিক মন্ত্ৰ্যালয়ে কোনকেইটা দিশত গুৰুত্ব আৰোপ কৰি যুদ্ধভূমিত ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰিছে সেয়া চাওক-

  • পৰিস্থিতি অতি জটিল আৰু ক্ষিপ্ৰতাৰে পৰিৱৰ্তন হৈ আছে। যোৱা কেইদিনত চাৰি হাজাৰ ভাৰতীয়ক ইউক্ৰেইনৰ পৰা উলিয়াই অনা হৈছে। নিয়ন্ত্ৰণ কক্ষলৈ ৯৮০টা ফোন আৰু ৮৫০টা ই-মেইল আহিছে।
  • প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিছে যে ভাৰতীয় ছাত্ৰ-ছাত্ৰী তথা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ বিষয়টো ভাৰতৰ বাবে অগ্ৰাধিকাৰ লাভ কৰিছে।
  • কীয়েভৰ পৰা সুৰক্ষিত স্থানলৈ ভাৰতীয়সকলক স্থানান্তৰ কৰা হৈছে।
  • প্ৰয়োজন অনুসৰি বিমানেৰে ভাৰতীয়সকলক স্থানান্তৰ কৰা সম্পৰ্কতো প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সৈতে যোগাযোগ কৰা হৈছে।
  • এমাহ পূর্বৰে পৰাই ইউক্ৰেইনত থকা ভাৰতীয়সকলৰ অনলাইন পঞ্জীয়ন হৈছে।
  • ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাস অতি সক্ৰিয় হৈ পৰিছে। তাত দেশখনৰ বিশ্ববিদ্যালয়সমূহৰ সৈতেও যোগাযোগ ৰক্ষা কৰা হৈছে।
  • ইউক্ৰেইনৰ সকলো বিশ্ববিদ্যালয়কে অনলাইন শ্ৰেণী আৰম্ভ কৰাৰ বিষয়ে অনুৰোধ কৰা হৈছে।
  • ৰাছিয়াৰ ওপৰত আমেৰিকা, ব্ৰিটেইন, জাপানকে ধৰি কিছুমান দেশে নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতে এই সমগ্ৰ বিষয়টোৰ দেশৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে তালৈ দৃষ্টি ৰাখিছে।
  • ভাৰতৰ বিদেশ মন্ত্ৰীয়ে পোলেণ্ড, ৰোমানিয়া, শ্ল’ভাকিয়া, হাংগেৰীৰ বিদেশমন্ত্ৰীৰ সৈতে কথা পাতিছে।

ইপিনে, বৈদেশিক মন্ত্ৰ্যালয়ে ইউক্ৰেইনত থকা ভাৰতীয়সকলক তথ্য আগবঢ়োৱা তথা সহায় কৰাৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে।

Please spread the word.

A Control Room has been set up at the Ministry of External Affairs to provide information and assistance to our people in Ukraine. Contact:

1800118797 (Toll free)

Phones:
+91 11 23012113
+91 11 23014104
+91 11 23017905

Email:
[email protected] pic.twitter.com/hP5PyeQKgp

— Jyotiraditya M. Scindia (@JM_Scindia) February 24, 2022

যিকোনো সমস্যাৰ বাবে আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰকেইটা হৈছে-  

1800118797 (Toll free) Phones: +91 11 23012113 +91 11 23014104 +91 11 23017905 ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd