• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানৱ জিন থেৰাপীৰে নিৰাময় হৈছে গুৰুতৰ হিম’ফিলিয়া! বিৰাট সাফল্য ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2024 10:05 am
501
VIEWS
Share on FacebookShare on Twitter

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতে লাভ কৰিলে বিৰাট সফলতা। হিম’ফিলিয়াৰ চিকিৎসা ব্যৱস্থা আৰু উন্নতি কৰা হৈছে। গুৰুতৰ হিম’ফিলিয়া এক বিশেষ থেৰাপিৰ দ্বাৰা আৰোগ্য কৰিব পাৰি। ভেলোৰৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজত ষ্টেম চেল ৰিচাৰ্চ (চি এছ চি আৰ)কৰা হৈছে। তাত পাঁচজন ৰোগীৰ ওপৰত গৱেষণা কৰা হৈছিল। পৰীক্ষাৰ পিছত পোৱা ফলাফল দেখি আত্মবিশ্বাসী হৈ পৰিছে গৱেষকসকল।

জনা গৈছে যে এই চিকিৎসা মানৱ জিন থেৰাপীৰ জৰিয়তে কৰা হৈছে। ভাৰতত এই ধৰণৰ চিকিৎসা প্ৰথমবাৰৰ বাবে কৰা হৈছে। বহুদিন ধৰি কেইবাটাও পৰীক্ষা-নিৰীক্ষা চলি আছিল। শেহতীয়াকৈ পোৱা ফলাফলে হিম’ফিলিয়াৰ চিকিৎসাত এক বৃহৎ পৰিৱৰ্তন আনিব। নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিনত প্ৰকাশিত হৈছে এই গৱেষণাৰ তথ্য।

এই গৱেষণাত অংশগ্ৰহণ কৰা লোকসকলৰ শৰীৰত ফেক্টৰ এইট উৎপন্ন হৈছে। ই ৰক্তক্ষৰণ বন্ধ কৰাৰ বাবে এক প্ৰটিন। এই পদ্ধতিৰেই এই বিৰল ৰোগ নিৰাময় কৰিব পৰা যাব বুলি বিজ্ঞানীসকলে বিশ্বাস কৰে। আচলতে হিম’ফিলিয়া এটা জিনেটিক সমস্যা।

ফেক্টৰ এইটৰ বাবে ৰক্তক্ষৰণ বন্ধ হ’ব নিবিচাৰে। ইয়াৰ ফলত অনিয়ন্ত্ৰিত ৰক্তক্ষৰণ হয়। কোনো আঘাত নোহোৱাকৈও ৰক্তক্ষৰণ হ’ব পাৰে। ইয়াৰ ফলত ৰোগীৰ শৰীৰৰ যথেষ্ট ক্ষতি হয়। হিম’ফিলিয়া ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে ভাৰত। আক্ৰান্তৰ সংখ্যা কমেও ১.৩৬ লাখ।

চিকিৎসা যে একেবাৰেই নাই, এনে নহয়। বৰ্তমান নিয়মীয়াকৈ ইনফিউচনৰ দ্বাৰা ফ্যাক্টৰ এইট দিয়া হয়। কিন্তু সেই চিকিৎসা অতি ব্যয়বহুল। বিশেষকৈ শিশুৰ ক্ষেত্ৰতো এই চিকিৎসা অতি সময়সাপেক্ষ। চিকিৎসাৰ বাবে বাৰে বাৰে চিকিৎসালয়লৈ যাবলগীয়া হয়। বিজ্ঞানীসকলে ভাবে যে নতুন গৱেষণাৰ পিছত  এই সমস্যাবোৰৰ পৰা মুক্তি পোৱা যাব।

Recent News

টাইট কাপোৰ পৰিধান আাৰু পকেটত ম’বাইল ফোন ৰখাৰ পৰা সাৱধান! প্ৰভাৱিত কৰিব পাৰে প্ৰজনন ক্ষমতাত

টাইট কাপোৰ পৰিধান আাৰু পকেটত ম’বাইল ফোন ৰখাৰ পৰা সাৱধান! প্ৰভাৱিত কৰিব পাৰে প্ৰজনন ক্ষমতাত

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd