• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত আৰু হ্ৰাস পালে সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা; আৰোগ্যৰ হাৰ বৃদ্ধি, হ্ৰাস পালে মৃত্যুৰ সংখ্যাও

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2021 10:18 am
Corona India

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত আৰু হ্ৰাস পোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পোৱা দেখা গৈছে।

আনহাতে, কৰ’নাত দৈনিক মৃত্যুৰ সংখ্যাও হ্ৰাস পোৱাৰ লগতে আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৬২ হাজাৰ ৪৮০ জন লোক। বৃহস্পতিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৬৭ হাজাৰ ২০৮ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২কোটি ৯৭লাখ ৬২হাজাৰ ৭৯৩ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ১হাজাৰ ৫৮৭জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে দেশত ২হাজাৰ ৩৩০জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৩লাখ ৮৩ হাজাৰ ৪৯০জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ ওভতা মুঠ ৰোগীৰ সংখ্যা হৈছে ৮৮হাজাৰ ৯৭৭জন। সুস্থতাৰ হাৰ এই মুহূৰ্তত ৯৬শতাংশতকৈয়ো অধিক।

দেসত এতিয়ালৈকে আৰোগ্য লাভ কৰা মুঠ কৰ’না ৰোগীৰ সংখ্যা হৈছে ২কোটি ৮৫লাখ ৮০হাজাৰ ৬৪৭জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৭লাখ ৯৮হাজাৰ ৬৫৬জন। এয়া বিগত ৭৩দিনৰ ভিতৰত সৰ্বনিম্ন।

বৰ্তমানলৈ দেশত ২৬কোটি ৮৯ লাখ ৬০হাজাৰ ৩৯৯জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশেষজ্ঞসকলৰ একাংশৰ মতে, দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ শেষ হোৱাৰ দিশে আগবাঢ়িছে। ৰাজ্যসমূহে কৰ’না প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন, আংশিক লকডাউনৰ লগতে কোভিড বিধিসমূহ পালনৰ ক্ষেত্ৰত কঠোৰভাৱে নিৰীক্ষণ কৰাৰ ফলত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱা বুলি কোৱা হৈছে।

আনহাতে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকাও ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

September 2, 2025 8:10 pm
ভূতৰ ওপৰত দানহ: পুনৰ আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি

ভূতৰ ওপৰত দানহ: পুনৰ আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি

September 2, 2025 7:37 pm
অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে : দাবী লুৰীনজ্যোতি গগৈৰ

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে : দাবী লুৰীনজ্যোতি গগৈৰ

September 2, 2025 7:10 pm
অপূৰ্ণ হৈ ৰ’ল এলন মাক্সৰ সপোন? ভাৰতীয় বজাৰত ‘ফেইল’ টেচলাৰ গাড়ী! ডেৰ মাহত মাত্ৰ ৬০০ বুকিং

অপূৰ্ণ হৈ ৰ’ল এলন মাক্সৰ সপোন? ভাৰতীয় বজাৰত ‘ফেইল’ টেচলাৰ গাড়ী! ডেৰ মাহত মাত্ৰ ৬০০ বুকিং

September 2, 2025 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

September 2, 2025 8:10 pm
ভূতৰ ওপৰত দানহ: পুনৰ আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি

ভূতৰ ওপৰত দানহ: পুনৰ আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি

September 2, 2025 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd