• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইণ্টাৰনেট কৰ্তনৰ ক্ষেত্ৰত একেৰাহে ষষ্ঠবাৰৰ বাবে শীৰ্ষত ভাৰত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2024 11:35 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্টাৰনেট বন্ধৰ ক্ষেত্ৰত একেৰাহে ষষ্ঠ বছৰৰ বাবে শীৰ্ষ স্থানত আছে ভাৰত। Access Now আৰু #KeepItOn য়ে সংগ্ৰহ কৰা তথ্য অনুসৰি ২০২৩ চনত ভাৰতে ১১৬ বাৰ ইণ্টাৰনেট বন্ধ কৰিছে। এখন চহৰ বা নগৰত ইণ্টাৰনেট বন্ধ কৰাৰ পৰিৱৰ্তে সমগ্ৰ ৰাজ্যখনৰ (মণিপুৰ আৰু পঞ্জাৱৰ দৰে) ইণ্টাৰনেট বন্ধ কৰাৰ ধাৰা ভাৰতত ক্ৰমান্বয়ে বাঢ়িছে।

সমগ্ৰ বিশ্বতে ইণ্টাৰনেট বন্ধৰ ঘটনা বৃদ্ধি পাইছে। ২০২৩ চনত ৩৯খন দেশত ২৮৩টা ইণ্টাৰনেট বন্ধৰ ঘটনা সংঘটিত হৈছিল।২০১৬ চনৰ পৰা ইণ্টাৰনেট বন্ধ হোৱাৰ তথ্য সংগ্ৰহ কৰা হৈছে, তাৰ পাছৰ পৰা এইটোৱেই প্ৰথমবাৰৰ বাবে সৰ্বাধিক ঘটনা লিপিবদ্ধ কৰা হৈছে। ২০২২ চনৰ পৰা ইণ্টাৰনেট বন্ধৰ ঘটনা ৪১ শতাংশ বৃদ্ধি পাইছে।

ভাৰতৰ বিভিন্ন প্ৰান্তৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে ইণ্টাৰনেট বন্ধৰ এক প্ৰধান কাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাইজেও ইণ্টাৰনেট বন্ধৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পাছতো ই মানৱ অধিকাৰ দমনৰ বাবে চৰকাৰসমূহৰ প্ৰিয় অস্ত্ৰ হৈ পৰিছে।

Apply Now

ভাৰতত ইণ্টাৰনেট বন্ধ হোৱাৰ কাৰণ কি?

ভাৰতত ইণ্টাৰনেট বন্ধ কেৱল ভৌগোলিক দিশৰ পৰাই বৃদ্ধি হোৱাই নহয়, অধিক সময়ৰ বাবেও চলি থাকিল। পাঁচ দিন বা তাতকৈ অধিক দিন ধৰি বন্ধ কৰাৰ অনুপাত ২০২২ চনত ১৫% আছিল, ২০২৩ চনত ৪১%তকৈ অধিকলৈ বৃদ্ধি পাইছিল। এই বৃদ্ধি মে’ মাহৰ পৰা আৰম্ভ হৈছিল, যেতিয়া ভাৰত চৰকাৰে ১৪টা মেছেজিং এপ ব্লক কৰিছিল৷ইয়াৰ উপৰিও ২০২৩ চনৰ জানুৱাৰীৰ পৰা অক্টোবৰৰ ভিতৰত ৭,৫০২টা URL ব্লক কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল।

ভাৰতৰ নতুন টেলিকম আইনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইণ্টাৰনেট বন্ধ জাৰি কৰাৰ ক্ষমতা অধিক লাভ কৰিছে। অৱশ্যে জম্মু-কাশ্মীৰত ইণ্টাৰনেট বন্ধৰ হাৰ হ্ৰাস পাইছে। ২০২২ চনত জম্মু-কাশ্মীৰত ৪৯ বাৰ ইণ্টাৰনেট বন্ধ কৰা হৈছিল। ২০২৩ চনত এই সংখ্যা আছিল ১৭বাৰ।

ইণ্টাৰনেট বন্ধ হোৱাৰ ফলত গুৰুতৰ অৰ্থনৈতিক ক্ষতি

মণিপুৰত ২১২ দিন ধৰি ৰাজ্যজুৰি ইণ্টাৰনেট বন্ধ হৈ থকাৰ ফলত প্ৰায় ৩২ লাখ লোকে ক্ষতিগ্ৰস্ত হয়। পঞ্জাৱত একেৰাহে চাৰিদিন ইণ্টাৰনেট ব্লেকআউটৰ সন্মুখীন হ’বলগীয়া হৈছিল প্ৰায় ২.৭ কোটি লোক।পূৰ্বৰ বছৰৰ তুলনাত পাঁচ দিন বা তাতোকৈ অধিক দিনকে ধৰি ইণ্টাৰনেট বন্ধৰ সংখ্যা বৃদ্ধি পাইছে। দীৰ্ঘদিন ধৰি ইণ্টাৰনেট বন্ধ হৈ থকাৰ বাবেও যথেষ্ট অৰ্থনৈতিক ক্ষতি হৈছে। ইয়াৰ ফলত লোকক নিবনুৱাৰ দিশলৈ ঠেলি দিয়া হৈছে আৰু দেশৰ বিনিয়োগৰ জলবায়ুত প্ৰভাৱ পৰিছে।

কিপ ইট অনৰ প্ৰতিবেদনে অনুসৰি ইণ্টাৰনেট বন্ধ হোৱাৰ ফলত ব্যক্তিগত জীৱিকাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় জিডিপিলৈকে সকলো স্তৰতে গভীৰ অৰ্থনৈতিক প্ৰভাৱ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd