• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰে পূৰ্বৰ স্থিতিত নাই চীন: গালৱান উপত্যকাক লৈ দাবীক সজোৰে অগ্ৰাহ্য ভাৰতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2020 10:04 pm
India rejects China’s sovereignty claim over Galwan valley in Ladakh

ছবি সৌজন্য-- Moneycontrol

10.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতে পূব লাডাখৰ গালৱান উপত্যকাত চীনে কৰা সাৰ্বভৌমত্বৰ দাবীক সজোৰে অগ্ৰাহ্য কৰিছে।

গালৱান উপত্যকাক লৈ চীনৰ দাবী অতীতত ইয়াৰ নিজৰ স্থিতি অনুসাৰে নহয়, দেশৰ বহিঃ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে শনিবাৰে কয়।

“গালৱান উপত্যকা অঞ্চলক লৈ স্থিতি ঐতিহাসিকভাৱে স্পষ্ট,” লাইন অৱ এক্সুৱেল কণ্ট্ৰ’ল সন্দৰ্ভত চীনৰ দাবীক অগ্ৰহণযোগ্য বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে কয়।

তেওঁ কয় যে চীনা পক্ষই কৰা উলংঘনৰ চেষ্টা ভাৰতীয় সৈন্যৰ যথাযথ সঁহাৰিৰ মুখামুখি হ’ল।

সীমান্তৰ বিষয়টো সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰ্যালয়ৰ মুখপাত্ৰগৰাকীয়ে এই মন্তব্য আগবঢ়ায়।

গালৱান উপত্যকাত ১৬ জুনত চীনা সেনাৰে হোৱা সংঘাতত ২০গৰাকী ভাৰতীয় সৈন্য ছহিদ হৈছিল।

Recent News

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd