• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতে নাগৰিকৰ ধৰ্মীয় স্বাধীনতা বজাই ৰাখক : আমেৰিকা

যোৱা সপ্তাহত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে ধৰ্মীয় স্বাধীনতাৰ বাবে ১২ খন দেশক ‘কন্ট্ৰীজ অৱ পাৰ্টিকুলাৰ কনচাৰ্ণ’ হিচাপে তালিকাভুক্ত কৰিছিল। য’ত চীন, পাকিস্তান, ম্যানমাৰ আদি দেশৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 8, 2022 4:28 pm
397
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ধৰ্মীয় স্বাধীনতাক লৈ আকৌ এবাৰ আমেৰিকাই মুখ খুলিছে। অৱশ্যে জো বাইডেন প্ৰশাসনে ভাৰতৰ ধৰ্মীয় অহিষ্ণুতাক প্ৰত্যক্ষভাৱে সমালোচনা কৰি মন্তব্য প্ৰকাশ কৰা নাই। জো বাইডেন প্ৰশাসনৰ শীৰ্ষ বিষয়া ষ্টেট ডিপাৰ্টমেণ্টৰ মুখপাত্ৰ নেড প্ৰাইছে সন্তুলন ৰক্ষা কৰি চাতুৰ্যতাৰে কয় যে, “ভাৰতত বিভিন্ন ধৰণৰ ধৰ্মীয় লোকৰ বাসস্থান। বাইডেন প্ৰশাসনে ভাৰত চৰকাৰক সেই দেশত বসবাস কৰা প্ৰতিজন ব্যক্তিৰ ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ প্ৰতিশ্ৰুতি বজাই ৰাখিবলৈ উৎসাহিত কৰি যাব।”

যোৱা সপ্তাহত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে ধৰ্মীয় স্বাধীনতাৰ বাবে ১২ খন দেশক ‘কন্ট্ৰীজ অৱ পাৰ্টিকুলাৰ কনচাৰ্ণ’ হিচাপে তালিকাভুক্ত কৰিছিল। য’ত চীন, পাকিস্তান, ম্যানমাৰ আদি দেশৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

ব্লিংকেনে কয়, “গোটেই বিশ্বতে এনে চৰকাৰ আৰু ৰাষ্ট্ৰবৰ্হিভূত শক্তি আছে যিয়ে কিছুমান বিশেষ ধৰ্মৰ লোকক অহৰহ অত্যাচাৰ, ভীতি প্ৰদৰ্শন কৰি কাৰাগাৰত বন্দী বা হত্যা কৰি আহিছে।”

বুধবাৰে সংবাদমেলত আমেৰিকাৰ বৈদেশিক সচিবগৰাকীয়ে এইদৰে কোৱাৰ পাছতে নেড প্ৰাইছে ভাৰতক একপ্ৰকাৰে প্ৰচ্ছন্নভাৱে প্ৰশংসা কৰি কয় যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আৰু তাত বিভিন্ন ধৰ্মীয় বিশ্বাসৰ লোক বাস কৰে। তেওঁৰ ভাষাত, “আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা সম্পৰ্কে আমাৰ বাৰ্ষিক প্ৰতিবেদনত আমি ভাৰতৰ কিছুমান চিন্তনীয় পৰিস্থিতি লক্ষ্য কৰিছোঁ। ভাৰতকে ধৰি প্ৰতিখন দেশতে ধৰ্মীয় স্বাধীনতাৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখোঁ।”

কিন্তু একে সময়তে প্ৰাইছে কয় যে বৈদেশিক সচিবগৰাকীয়ে পৰ্যালোচনা কৰি লক্ষ্য কৰিছে যে ভাৰতৰ পৰিস্থিতি আন ১২খন দেশৰ দৰে আতংকজনক নহয়। ইয়াৰ পিছত তেওঁ কয় যে আমেৰিকাই ভাৰতক নিজৰ নাগৰিকৰ ধৰ্মীয় স্বাধীনতা আৰু অধিকাৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি বজাই ৰাখিবলৈ উৎসাহিত কৰি যাব।

Recent News

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd