• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

ভাৰতে নাগৰিকৰ ধৰ্মীয় স্বাধীনতা বজাই ৰাখক : আমেৰিকা

যোৱা সপ্তাহত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে ধৰ্মীয় স্বাধীনতাৰ বাবে ১২ খন দেশক ‘কন্ট্ৰীজ অৱ পাৰ্টিকুলাৰ কনচাৰ্ণ’ হিচাপে তালিকাভুক্ত কৰিছিল। য’ত চীন, পাকিস্তান, ম্যানমাৰ আদি দেশৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 8, 2022 4:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ধৰ্মীয় স্বাধীনতাক লৈ আকৌ এবাৰ আমেৰিকাই মুখ খুলিছে। অৱশ্যে জো বাইডেন প্ৰশাসনে ভাৰতৰ ধৰ্মীয় অহিষ্ণুতাক প্ৰত্যক্ষভাৱে সমালোচনা কৰি মন্তব্য প্ৰকাশ কৰা নাই। জো বাইডেন প্ৰশাসনৰ শীৰ্ষ বিষয়া ষ্টেট ডিপাৰ্টমেণ্টৰ মুখপাত্ৰ নেড প্ৰাইছে সন্তুলন ৰক্ষা কৰি চাতুৰ্যতাৰে কয় যে, “ভাৰতত বিভিন্ন ধৰণৰ ধৰ্মীয় লোকৰ বাসস্থান। বাইডেন প্ৰশাসনে ভাৰত চৰকাৰক সেই দেশত বসবাস কৰা প্ৰতিজন ব্যক্তিৰ ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ প্ৰতিশ্ৰুতি বজাই ৰাখিবলৈ উৎসাহিত কৰি যাব।”

যোৱা সপ্তাহত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে ধৰ্মীয় স্বাধীনতাৰ বাবে ১২ খন দেশক ‘কন্ট্ৰীজ অৱ পাৰ্টিকুলাৰ কনচাৰ্ণ’ হিচাপে তালিকাভুক্ত কৰিছিল। য’ত চীন, পাকিস্তান, ম্যানমাৰ আদি দেশৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

ব্লিংকেনে কয়, “গোটেই বিশ্বতে এনে চৰকাৰ আৰু ৰাষ্ট্ৰবৰ্হিভূত শক্তি আছে যিয়ে কিছুমান বিশেষ ধৰ্মৰ লোকক অহৰহ অত্যাচাৰ, ভীতি প্ৰদৰ্শন কৰি কাৰাগাৰত বন্দী বা হত্যা কৰি আহিছে।”

বুধবাৰে সংবাদমেলত আমেৰিকাৰ বৈদেশিক সচিবগৰাকীয়ে এইদৰে কোৱাৰ পাছতে নেড প্ৰাইছে ভাৰতক একপ্ৰকাৰে প্ৰচ্ছন্নভাৱে প্ৰশংসা কৰি কয় যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ আৰু তাত বিভিন্ন ধৰ্মীয় বিশ্বাসৰ লোক বাস কৰে। তেওঁৰ ভাষাত, “আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা সম্পৰ্কে আমাৰ বাৰ্ষিক প্ৰতিবেদনত আমি ভাৰতৰ কিছুমান চিন্তনীয় পৰিস্থিতি লক্ষ্য কৰিছোঁ। ভাৰতকে ধৰি প্ৰতিখন দেশতে ধৰ্মীয় স্বাধীনতাৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখোঁ।”

কিন্তু একে সময়তে প্ৰাইছে কয় যে বৈদেশিক সচিবগৰাকীয়ে পৰ্যালোচনা কৰি লক্ষ্য কৰিছে যে ভাৰতৰ পৰিস্থিতি আন ১২খন দেশৰ দৰে আতংকজনক নহয়। ইয়াৰ পিছত তেওঁ কয় যে আমেৰিকাই ভাৰতক নিজৰ নাগৰিকৰ ধৰ্মীয় স্বাধীনতা আৰু অধিকাৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি বজাই ৰাখিবলৈ উৎসাহিত কৰি যাব।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd