• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উন্নয়ন ক’ত? ক্ষুধাৰ দিশৰ পৰা বাংলাদেশকো চেৰ পেলাইছে ভাৰতে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 15, 2021 12:03 pm
233
VIEWS
Share on FacebookShare on Twitter

ক্ষুধাৰ দিশৰ পৰা এতিয়া ভাৰতৰ স্থান বাংলাদেশৰ তলত থকাৰ কথাই উন্নয়নৰ প্ৰকৃত ছবি খন দাঙি ধৰিছে।

শেহতীয়াকৈ প্ৰকাশিত বিশ্ব ক্ষুধা সূচ্যাংকত ভাৰতৰ স্থান নেপাল, পাকিস্তান আদি দেশতকৈও তলত আছে।

অৰ্থাৎ নেপাল, বাংলাদেশ, পাকিস্তান আদি দেশসমূহে ক্ষুধাৰ বিৰুদ্ধে যুঁজ দিবলৈ যিদৰে সফল হৈছে ভাৰতে তেনে কৰিব পৰা নাই।

জাৰ্মানীৰ ৱেল্ট হাংগাৰ হিলফ আৰু আয়াৰলেণ্ডৰ কনচাৰ্ণ ৱৰ্ল্ড ৱাইড নামৰ প্ৰতিষ্ঠান দুটাই প্ৰস্তুত কৰি উলিওৱা বিশ্ব ক্ষুধা সূচ্যাংকত ভাৰতৰ স্থান হৈছে ১০১।

২০২০ চনত ভাৰতৰ স্থান আছিল ৯৪।

এইবাৰ ক্ষুধা দূৰীকৰণৰ ক্ষেত্তৰত ভাৰতৰ স্থান যোৱা বছৰতকৈও তললৈহে গ’ল।

বিশ্বৰ ১১৬ খন দেশৰ ক্ষেত্ৰত এই সীক্ষা চলোৱা হৈছিল।ক্ষুধা দূৰীকৰণৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাইছে চীন , ব্ৰাজিল, কুৱেইট আদি দেশ সমূহে।
এই তালিকাত নেপালৰ স্থান হৈছে ৭৬, বাংলাদেশ ৭৬,ম্যানমাৰ ৭১,পাকিস্তান ৯২।

পুষ্টিহীনতা,শিশুৰ মৃত্যুৰ হাৰ আদি কাৰক বোৰৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰস্তুত কৰা হয়।

Recent News

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

ঋষভ পন্টে কিয় ভৰিব লগা হ’ল ৬৬ লাখ টকাৰ জৰিমনা? পঢ়ক সবিশেষ…

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ভিত্তিত উত্থাপিত দুৰ্নীতিৰ অভিযোগত ক্লিন ছিট পালে ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী বুসে

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

ইন্দিৰা গান্ধীৰ নামত থকা ষ্টেডিয়ামৰ নাম সলনি! সংবাদমেলত ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ইন্দিৰা গান্ধীৰ নামত থকা ষ্টেডিয়ামৰ নাম সলনি! সংবাদমেলত ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd