• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাত ৬ বছৰীয়া শিশুসহ ভাৰতীয় দম্পতীৰ মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2023 12:29 pm
25k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাত উদ্ধাৰ ৬ বছৰীয়া শিশুসহ ভাৰতীয় দম্পতীৰ গুলীবিদ্ধ মৃতদেহ। শুকুৰবাৰে মেৰিলেণ্ডৰ বাল্টিমোৰ কাউন্টিৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে তিনিটা মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মঙলবাৰে শেষবাৰৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল দম্পতীহালে। তাৰ পিছৰ পৰা আৰু তেওঁলোকৰ কোনো খবৰ পোৱা নাছিল।

লগতে পঢ়ক: কি চৰ্তত এদিনৰ ভিতৰত ‘ছানী ভিলা’ নিলামৰ জাননী প্ৰত্যাহাৰ? বিৰোধীয়ে তুলিলে প্ৰশ্ন

ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে যুৱকজনে পত্নী আৰু নাবালক সন্তানক হত্যা কৰি নিজেও আত্মহনন কৰে।

আৰক্ষীয়ে লগতে জনায় যে এই দম্পতীহাল কৰ্ণাটকৰ বাসিন্দা। কামৰ বাবে যোৱা ৯ বছৰ ধৰি আমেৰিকাত বাস কৰিছিল।

লগতে পঢ়ক: আমেৰিকাত ‘হিলাৰী’ৰ তাণ্ডৱ! খুন্দা মাৰিলে কেলিফৰ্ণিয়াৰ উপকূলত; হ’ল ভূমিকম্পও

কি কাৰণে এনে চৰম পদক্ষেপ ল’লে তাৰ তদন্ত চলি আছে।

Recent News

কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক

ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd