• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি চৰ্তত এদিনৰ ভিতৰত ‘ছানী ভিলা’ নিলামৰ জাননী প্ৰত্যাহাৰ? বিৰোধীয়ে তুলিলে প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2023 11:38 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বক্স অফিচত ‘গদৰ ২’ৰ সফলতাৰ মাজতে আহিছিল উদ্বেগজনক খবৰ। অভিনেতা ছানি দেওলৰ জুহুৰ বাংলো ‘ছানী ভিলা’ নিলাম হ’বলৈ ওলাইছে। ৫৫ কোটি টকাৰ ঋণ পৰিশোধ কৰিব পৰা নাই বলীউডৰ অভিনেতাগৰাকীয়ে। সংশ্লিষ্ট বেংকে ঋণৰ ধন আদায়ৰ বাবে ৫৬ কোটি টকাৰ বিনিময়ত ‘ছানী ভিলা’ নিলাম কৰাৰ জাননী জাৰি কৰে।

২০ আগষ্ট দেওবাৰে এই জাননী জাৰি কৰিছিল বেংক অফ বৰোডাই। কিন্তু ২১ আগষ্ট সোমবাৰে বেংকটোৱে সংশোধনী জাৰি কৰি ‘ছানী ভিলা’ নিলামৰ জাননী প্ৰত্যাহাৰ কৰে। সোমবাৰে সংশ্লিষ্ট বেংকটোৱে ‘ছানী ভিলা’ৰ নিলামৰ জাননী প্ৰত্যাহাৰ কৰি সংশোধনী বিবৃতি প্ৰকাশ কৰে।

বিবৃতিটোত দাবী কৰা হৈছে যে জাননীখন প্ৰত্যাহাৰ কৰাৰ আঁৰত কিছু অনিবাৰ্য কাৰণ আছে। ২৫ আগষ্টত নিলাম হোৱাৰ কথা আছিল ছানী দেওলৰ জুহু বাংলোটো। বেংকৰ শেহতীয়া বিবৃতিৰ পৰা স্পষ্ট যে এতিয়াৰ বাবে বাংলোটোক লৈ ছানীয়ে সকাহ লাভ কৰিছে।

Apply Now

লগতে পঢ়ক: ৰে’লৰ এ চি ডবাত হঠাৎ অসুস্থ ইজনৰ পিছত সিজন যাত্ৰী, মৃত্যু ২ জনৰ! ৰহস্য মৃত্যুক লৈ চাঞ্চল্য

দেওবাৰে খবৰ পোৱা গৈছিল যে সংশ্লিষ্ট বেংকে কোটি কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ জুহুৰ ‘ছানী ভিলা’ নিলাম কৰাৰ সিদ্ধান্ত লৈছে। ৫৫ কোটি টকাৰ ঋণ পৰিশোধ কৰা নাই অভিনেতাজনে। সেই ঋণ ঘূৰাই পাবলৈ বেংকে ৫৬ কোটি টকাত ঘৰটো নিলাম কৰাৰ সিদ্ধান্ত লয়।

এই খবৰ পোহৰলৈ অহাৰ পিছত ছানীৰ মুখপাত্ৰই দাবী কৰে যে অভিনেতাগৰাকী আৰু তেওঁৰ দলটোৱে বেংক কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি সমস্যাটো সমাধান কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। শুনা যায় যে ছানীক আৰু এমাহ দিয়া হৈছে। সেই সময়ৰ ভিতৰত ঋণ পৰিশোধ কৰিলে বেংকে ‘ছানী ভিলা’ৰ নিলাম বন্ধ কৰিব।

ইপিনে, অভিনেতা তথা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ছানী দেউলৰ জুহু বাংলোৰ ই-নিলামৰ জাননী প্ৰত্যাহাৰ কৰাৰ পাছত সোমবাৰে কংগ্ৰেছকে ধৰি বিৰোধীয়ে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

লগতে পঢ়ক: নিজ গুণেৰে উজলিল ঋতুৰাজ-ৰিংকু; আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টী-২০ জয়েৰে ছিৰিজ দখল ভাৰতৰ

সামাজিক মাধ্যম এক্সত (আনুষ্ঠানিকভাৱে টুইটাৰ) কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয়, ‘কালি বিয়লি ৰাষ্ট্ৰই গম পালে যে বেংক অৱ বৰোদাই বিজেপিৰ সাংসদ ছানী দেউলৰ জুহুৰ বাসগৃহ ই-নিলামৰ বাবে ৰাখিছে, যিহেতু তেওঁ ৫৬ কোটি টকা দিব নোৱাৰি বেংকৰ ওচৰত ঋণী। আজি পুৱা ২৪ ঘন্টা নৌহওঁতেই ৰাষ্ট্ৰই জানিব পাৰিছে যে বেংক অৱ বৰোদাই ‘কাৰিকৰী কাৰণত’ নিলামৰ জাননী প্ৰত্যাহাৰ কৰিছে। আচৰিত কথা এই ‘কাৰিকৰী কাৰণ’বোৰ কোনে নিৰ্ধাৰণ কৰিলে?”

Yesterday afternoon the nation got to know that Bank of Baroda had put up the Juhu residence of BJP MP Sunny Deol for e-auction since he has not paid up Rs 56 crore owed to the Bank.

This morning, in less than 24 hours, the nation has got to know that the Bank of Baroda has…

— Jairam Ramesh (@Jairam_Ramesh) August 21, 2023

এই মুহূৰ্তত বক্স অফিচ শাসন কৰি আছে ছানী দেওল আৰু আমিশা পেটেল অভিনীত ছবি ‘গদৰ ২’। যোৱা এসপ্তাহ ধৰি বক্স অফিচত ইটোৰ পিছত সিটোকৈ অভিলেখ গঢ়ি তুলিছে ‘গাদাৰ ২’। খোদ দ্বিতীয় সপ্তাহান্তত ছবিখনে প্ৰায় ৩৫০ কোটি টকাৰ ব্যৱসায় কৰিছে। ৪০০ কোটিৰ ক্লাবত ভৰি দিয়াটো এতিয়া মাথোঁ সময়ৰ অপেক্ষা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd