• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2025 1:56 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰ প্ৰদেশত মৰ্মান্তিক ঘটনা। এখন গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় চাৰিটা শিশুৰ। চাৰিজনেই আহিছিল গাঁৱৰ এখন বিয়াৰ অনুষ্ঠানলৈ। তাতে গাড়ী এখনত উঠি লৈছিল। খেলাৰ সময়ত গাড়ীৰ দুৱাৰখন খুলিব নোৱাৰাকৈ বন্ধ হৈ পৰিল।

আৰক্ষীয়ে জনোৱা মতে, গাড়ীৰ দৰ্জা বন্ধ হোৱাৰ পিছতে শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ মৃত্যু হয়। তেওঁলোকৰ বয়স ৬ৰ পৰা ৮ বছৰৰ ভিতৰত। দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰৰ দ্বাৰাপুদিত সংঘটিত হয় এই ঘটনা।

Apply Now

আৰক্ষী বিষয়া আৰু স্থানীয় ৰাইজে জনাইছে যে গাঁওখনৰ মহিলা পৰিষদৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই কৰুণ ঘটনা। এখন বিয়াৰ অনুষ্ঠানত খেলি থকাৰ সময়তে ল’ৰা-ছোৱালীকেইটাই তাত থকা এখন গাড়ীত উঠিল। ধেমালিতে  গাড়ীৰ ভিতৰত বহি থকা শিশুকেইটাই ভুলবশতঃ দৰ্জা ভিতৰৰ পৰা লক কৰাৰ সন্দেহ কৰা হৈছে।

অন্ধ্ৰ প্ৰদেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী কোণ্ডপল্লী শ্ৰীনিবাসে কয় যে পৰিয়ালৰ সদস্যসকলে গাঁৱত অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল। তেতিয়াই এনেকুৱা ঘটনা হ’ল।

ওচৰৰ ঠাই এখনত ল’ৰা-ছোৱালীবোৰে খেলা-ধূলা কৰি আছিল বুলি তেওঁ শুনিবলৈ পাইছে। ওচৰতে এখন গাড়ী দেখি সিহঁতে তাত উঠিল। গাড়ীৰ ভিতৰত খেলি থাকোঁতে সিহঁতে কেনেবাকৈ গাড়ীৰ দুৱাৰখন বন্ধ কৰি দিলে। দুৱাৰখনো খুলিব নোৱাৰিলে, গাড়ীৰ খিৰিকীও খুলিব নোৱাৰিলে। পৰিয়ালৰ লোকে পিছতহে জানিব পাৰে কি ঘটিছে।

তেওঁ কয় যে চাৰিজনৰ ভিতৰত এজন ল’ৰা আৰু বাকী তিনিজন ছোৱালী।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নিহত কেইজনৰ নাম উদয়, চাৰুমতী, কৰিশ্মা আৰু মানসভি বুলি চিনাক্ত কৰা হৈছে। গাঁৱৰ মহিলা কাউন্সিলাৰৰ কাৰ্যালয়ৰ সমীপত এখন গাড়ী ৰখাই থোৱা আছিল। বিয়াত উপস্থিত হোৱাৰ পিছত দেওবাৰে পুৱা চাৰিটা শিশুৱে খেলিবলৈ গৈছিল।

কেইঘণ্টামানৰ পাছত যেতিয়া তেওঁলোক ঘূৰি নাহিল, তেতিয়া তেওঁলোকৰ পৰিয়ালৰ লোকে তেওঁলোকক বিচাৰিবলৈ আৰম্ভ কৰিলে। পিছত গাড়ীখনত উদ্ধাৰ হয়। স্থানীয় লোকে গাড়ীৰ লকত বিসংগতি থকা বুলিও জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd