• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-শ্ৰীলংকাৰ টী-২০ মেচ: গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ ৪গৰাকী তাৰকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 3, 2020 10:47 am
WhatsApp Image 2020-01-03 at 10.20.28 AM(1)

বৰঝাৰ বিমানবন্দৰত শুকুৰবাৰে অৱতৰণ কৰা ভাৰতীয় ক্ৰিকেট দলৰ সদস্য। ফটো: নৰ্থইষ্ট নাও

899
VIEWS
Share on FacebookShare on Twitter

অহা ৫ জানুৱাৰি দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ টী-২০ খেলখনৰ বাবে আজি কেইগৰাকীমান ভাৰতীয় দলৰ খেলুৱৈ আহি মহানগৰীত উপস্থিত হয়।

আজু পুৱা ৮ ৩০ বজাত বৰঝাৰ বিমানবন্দৰত খেলুৱৈ কেইগৰাকী আহি উপস্থিত হয় ।

বিমানবন্দৰৰ পৰা পোনে পোনে আটাইকেইজনক লৈ লৈ যোৱা হৈছে ৰেডিছন ব্লুলৈ। বিমানবন্দৰৰ পৰা প্ৰায় ৯:১৫ বজাত হোটেল ৰেডিচন ব্লু অভিমুখে ৰাওনা হয় দলটো।

খেলুৱৈকেইজনৰ আগমনক লৈ বৰঝাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে।

বৰ্তমানলৈ গুৱাহাটীত উপস্থিত খেলুৱৈ ৱাছিংটন সুন্দৰ, জে বুমৰাহ, সঞ্জয় চেমচনকে ধৰি ৪জন ভাৰতীয় ক্ৰিকেট দলৰ সদস্য।

আনহাতে, আজি বিয়লিভাগত আহি উপস্থিত হ’ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিকে ধৰি দলটোৰ বাকী সকলো সদস্য।

উল্লেখ্য যে অহা ৫ জানুৱাৰিত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব এখন টি-২০ ক্ৰিকেট মেচ।

৫ জানুৱাৰিত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনৰ বাবে যিসকল দৰ্শকে অনলাইনযোগে টিকট বুক কৰিছে তেওঁলোকৰ হাৰ্ডকপি সমূহ ইতিমধ্যে বুধবাৰৰ পৰা আয়োজকসকলে নেহৰু ষ্টেডিয়ামত প্ৰদানৰ ব্যৱস্থা কৰিছে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ বাবে টি-২০ মেচখনত দৰ্শকৰ সংখ্যা পূৰ্বতে হৈ যোৱা দুখন খেলৰ তুলনাত কম হ’ব বুলি বহুতে ধাৰণা কৰা হৈছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd