• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না আতংকৰ মাজত জনপ্ৰিয়তা বৃদ্ধি ভাৰতীয় নমস্কাৰৰ, কি ক’লে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2020 8:45 pm
Namaste takes handshake's place in Trump-Varadkar meeting

ট্ৰাম্প-ৱাৰাদকাৰৰ মুখামুখি। ছবি সৌজন্য-- news24online.com

673
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি কৰ’নাভাইৰাছৰ আতংকৰ মাজতে বৃদ্ধি পাইছে ভাৰতীয় নমস্কাৰৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আয়াৰলেণ্ডৰ প্ৰধান মন্ত্ৰী লিঅ’ ৱাৰদকাৰৰ সৈতে শেহতীয়া সাক্ষাতৰ সময়তো হেণ্ডশ্বেকৰ সলনি বাচি ল’লে নমস্কাৰক।

ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়েও কিছুদিন পূৰ্বে হেণ্ডশ্বেক এৰি নমস্কাৰক আদৰি ল’বলৈ দেশবাসীক আহ্বান জনাইছিল।

দুয়োজন ৰাষ্ট্ৰনেতাই সংবাদ মাধ্যমৰ সন্মুখত নমস্কাৰ জনাই পৰস্পৰক সম্ভাষণ জনোৱাৰ ছবি বিশ্বজুৰি চৰ্চিত হৈছে।

ভাৰতীয় নমস্কাৰক লৈ ট্ৰাম্পে নিজৰ মন্তব্যও আগবঢ়াইছে। ট্ৰাম্পে ভাৰতীয় আৰু জাপানী সম্ভাষণৰ প্ৰথাক বৰ্তমানৰ সময়তকৈ আগবঢ়া বুলিও মন্তব্য কৰে।

“তেওঁলোক (ভাৰতীয় আৰু জাপানীসকল) বৰ্তমানতকৈ আগবঢ়া,” জাপানীসকলে মূৰ দোঁৱাই জনোৱা সম্ভাষণৰ প্ৰথাও প্ৰদৰ্শন কৰি ট্ৰাম্পৰ মন্তব্য।

ট্ৰাম্পে শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰিছে।

“মই অলপতে ভাৰতৰ পৰা আহিছো। আৰু মই তাত হেণ্ডশ্বেক কৰা নাই। আৰু এইটো বৰ সহজ, কাৰণ তেওঁলোকে এনেকুৱা কৰে,” নমস্কাৰৰ ভংগী দেখুৱাই ট্ৰাম্পে কয়।

উল্লেখযোগ্য যে আয়াৰলেণ্ডৰ প্ৰধান মন্ত্ৰী লিঅ’ ৱাৰাদকাৰো ভাৰতীয় বংশোদ্ভৱ।

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd