• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে ৮৩ টকা – ১ জুনৰ পৰা প্ৰযোজ্য হ’ব নতুন মূল্য

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 1, 2023 12:32 pm
668
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান অইলে নিজৰ ৱেবছাইটযোগে ঘোষণা কৰিছে যে দেশত হ্ৰাস পাব বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত ৮৩ টকাকৈ মূল্য হ্ৰাস কৰিছে অইল কোম্পানীটোৱে। ১ জুনৰ পৰা প্ৰযোজ্য হ’ব এই নতুন মূল্য। 

এইদৰে ৮৩ টকা মূল্য হ্ৰাস কৰাৰ ফলত ১৯ কেজিৰ প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা মূল্য দিল্লীত ১৭৭৩ টকাত বিক্ৰী হ’ব। উল্লেখ্য যে মূল্য হ্ৰাস হোৱাৰ আগলৈকে এই চিলিণ্ডাৰৰ খুচুৰা মূল্য আছিল ১৮৫৬.৫০ টকা। 

একেদৰে ১ জুনৰ পৰা কলকাতাত ১৯৬০.৫০ টকাৰ বিপৰীতে ১৮৭৫.৫০ টকা, মুম্বাইত ১৮০৮.৫০ টকাৰ বিপৰীতে ১৭২৫ টকা, আৰু চেন্নাইত ২০২১.৫০ টকাৰ বিপৰীতে ১৯৩৭ টকাত এই বাণিজ্যিক চিলিণ্ডাৰ বিক্ৰী কৰা হ’ব।

লগতে পঢ়কঃ চীনৰ আজৱ কাণ্ড! ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে। কিন্তু কিয়?

উল্লেখ্য যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালেও এতিয়ালৈকে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। ঘৰুৱা এল পি জিৰ চিলিণ্ডাৰৰ মূল্য শেষবাৰৰ বাবে ১ মাৰ্চত সলনি হৈছিল। ১ মাৰ্চত প্ৰতিটো ঘৰুৱা এলপিজি চিলিণ্ডাৰত ৫০ টকাকৈ মূল্য বৃদ্ধি কৰা হৈছিল।

একেদৰে একেৰাহে ১৪ মাহৰ ধৰি পেট্ৰ’ল-ডিজেলৰ মূল্যৰো কোনো পৰিৱৰ্তন হোৱা নাই। ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯৬.৭২ টকা আৰু ডিজেলৰ দাম ৮৯.৬২ টকা।

এতিয়া প্ৰশ্ন হয়, কভিড আৰু ৰুছ ইউক্ৰেইনৰ যুদ্ধৰ গইনা লৈ বৃদ্ধি কৰা চিলিণ্ডাৰ, পেট্ৰল-ডিজেলৰ দাম কেতিয়াকৈ হ্ৰাস কৰা হ’ব?

লগতে পঢ়কঃ মৃতদেহৰ সৈতে যৌন সম্পৰ্ক গঢ়াটো ভাৰতীয় আইন মতে অপৰাধ নহয় : কৰ্ণাটক উচ্চ ন্যায়ালয়

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd