• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনৰ আজৱ কাণ্ড! ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনে। কিন্তু কিয়?

জানিব পৰা মতে চীনৰ এই গহ্বৰে কমেও ১০টা মহাদেশীয় স্তৰ ভেদ কৰিব। বিশেষজ্ঞসকলৰ মতে এই গাঁতটো য’ত শেষ হ’ব তাত প্ৰায় ১ কোটি ৪৫ লাখ বছৰ পুৰণি শিলাখণ্ড পোৱা যাব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2023 10:24 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ চৰ্চালৈ আহিছে চীন দেশৰ এটা চাঞ্চল্যকৰ খবৰ। খবৰ অনুসৰি চীনৰ উত্তৰ-পশ্চিমৰ এক বৃহৎ অংশ সামৰি লোৱা জিনজিয়াং প্ৰদেশত ছিপিঙৰ দেশখনে ৩২ হাজাৰ ফুট উচ্চতাৰ এটা গাঁত খান্দিছে চীনৰ চৰকাৰে।

ইতিমধ্যে এই কথাই সকলোকে আচৰিত কৰি তুলিছে। জানিব পৰা মতে চীনৰ এই অঞ্চলটোত যথেষ্ট পৰিমাণৰ খনিজ সম্পদ থকা বুলি বিজ্ঞানীসকলে দাবী কৰিছে। খনিজ সম্পদ আহৰণৰ উদ্দেশ্যেই এই গভীৰ গাঁতটো খন্দা হৈছে বুলি সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে। 

Apply Now

লগতে পঢ়কঃ যুদ্ধ কৰিবলৈ অস্বীকাৰ : সেনাবাহিনী এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ সৈনিকে

ইফালে চীনৰ সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি জিনজিয়াঙত যি গাঁত খান্দিছে সেয়া ১০ হাজাৰ মিটাৰ (৩২,৮০৮ ফুট) দ হ’ব। আপুনি জানি আচৰিত হ’ব যে এই গাঁতটো খন্দা সম্পূৰ্ণ হ’লে এভাৰেষ্টৰ উচ্চতাতকৈ (৮,৮৪৮ মিটাৰ)ও এই গাঁতটো গভীৰ হ’ব।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে পুনৰবাৰ এই কামক পৃথিৱী গভীৰতাৰ অন্বেষণ অভিযান বুলি কৰিছে। কেৱল সেয়াই নহয়, ২০২১ চনত তেওঁ বৈজ্ঞানিক সন্মিলনলৈ গৈ এই প্ৰকল্পৰ জৰিয়তে দেশখনক প্ৰগতিৰ দিশত আগুৱাই নিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছিল।

এই প্ৰসংগত চীনৰ বিশেষজ্ঞসকলে কয় যে এই কামে বহু ৰহস্যৰ উত্তৰ দিব পাৰে। ভূগৰ্ভস্থ ধাতু আৰু শক্তিৰ উৎসৰ বিষয়ে তথ্য আহৰণ কৰাৰ লগতে ইয়াৰ জৰিয়তে খনিজ সম্পদসমূহো চিনাক্ত কৰিব পৰা যাব। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই প্ৰকল্পৰ ভিত্তিত প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগতীয়াকৈ নিশ্চিত কৰিব পৰাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে দাবী কৰিছে। 

লগতে পঢ়কঃ শিশুৰ নামকৰণ কৰাৰ আগতে জানি লওঁক মহাভাৰতৰ এইকেইটা আধুনিক আৰু অনন্য নাম

মন কৰিবলগীয়া যে এই চীনে খান্দি থকা এই গাঁতটো পৃথিৱীৰ আটাইতকৈ গভীৰ গাঁত নহয়। ইয়াৰ আগতেই ৰাছিয়াৰ “কোলা ছুপাৰডিপ ব’ৰহ’ল” নামেৰে এটা গভীৰ গাঁত খান্দিছিল। সেই গাঁতটোৰ গভীৰতা আছিল ৪০ হাজাৰ ২৩০ ফুট। যিটো খান্দিবলৈ ৰাছিয়াক প্ৰায় ২০ বছৰ সময় লাগিছিল। ১৯৮৯ চনত এই গাঁতটোৰ কাম সম্পূৰ্ণ হৈছিল। কিন্তু উন্নত প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি চীনে হয়তো ৰাছিয়াৰ তুলনাত কম সময়তেই এই গাঁতটো খান্দি শেষ কৰিব পাৰে।

জানিব পৰা মতে চীনৰ এই গহ্বৰে কমেও ১০টা মহাদেশীয় স্তৰ ভেদ কৰিব। বিশেষজ্ঞসকলৰ মতে এই গাঁতটো য’ত শেষ হ’ব তাত প্ৰায় ১ কোটি ৪৫ লাখ বছৰ পুৰণি শিলাখণ্ড পোৱা যাব। এই শিলাখণ্ড বা তাত থকা ফচিল বা অন্যান্য পদাৰ্থসমূহ পৰীক্ষা কৰিলে পৃথিৱীৰ ভূগৰ্ভ আৰু অতীতকালৰ বিষয়ে বহুতো তথ্য পোৱা যাব বুলি অনুমান কৰা হৈছে।

লগতে পঢ়কঃ প্ৰতিবাদী মল্লযুঁজাৰুৰ ওপৰত দমনমূলক আচৰণক নিন্দা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ: দ্ৰুত তদন্তৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd