• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় মূলৰ অভিজিত বেনাৰ্জীলৈ ২০১৯ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল

বিশ্বৰ দৰিদ্ৰতা নিৰ্মূলৰ হ'কে কৰা কামৰ বাবে অৰ্থনীতিবিদ গৰাকীলৈ এই সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2019 5:19 pm
Abhijit Benarjee

অভিজিত বেনাৰ্জী। উৎস-ইণ্টাৰনেট

882
VIEWS
Share on FacebookShare on Twitter

ইণ্ডো-আমেৰিকান অভিজিত বেনাৰ্জী তেওঁৰ পত্নী এস্থাৰ দুফলো আৰু মাইকেল ক্ৰেমাৰলৈ সন্মিলিতভাৱে ২০১৯ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে।

বিশ্বব্যপি দৰিদ্ৰতা নিৰ্মূলৰ অৰ্থে পৰীক্ষামূলক পদ্ধতি (experimental approach to alleviating global poverty)ৰ শীৰ্ষক কৰ্মৰাজিৰ বাবে বিখ্যাত অৰ্থনীতিবিদ কেইগৰাকীলৈ এই বঁটা আগবোঢ়োৱা হৈছে।

‘‘বিশ্বব্যাপি থকা দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত বঁটা বিজয়ীসকলৰ অৱদানে আমাক যথেষ্ট উপকৃত কৰিছে। মাত্ৰ দুটা দশকৰ ভিতৰতে তেওঁলোকৰ প্ৰয়োগিক দৃষ্টিকোণে বিকাশশীল অৰ্থশাস্ত্ৰৰ ৰূপ-ৰেখা সলনি কৰি দিছে, যি বৰ্তমান গৱেষণাৰ এক সমৃদ্ধ ক্ষেত্ৰ,’’ ন’বেল কমিটিয়ে এক বিবৃতিত উল্লেখ কৰে।

অভিজিত বেনাৰ্জীয়ে কলিকতা বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পাছত ক্ৰমে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু হাভাৰ্ড বিশ্ববিদ্যালয়তো শিক্ষা গ্ৰহণ কৰে। ১৯৮৮ চনত তেওঁ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।

বৰ্তমান তেওঁ এম আই টি ( Massachusetts Institute of Technology)ত অৰ্থনীতিৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে।

উল্লেখযোগ্য যে, ২০০৩ চনত বেনাৰ্জীয়ে পত্নী এস্থাৰ দুফলো আৰু সেন্ধীল মুল্লাইনাথনৰ সৈতে আব্দুল লতিফ জামেল পোভাৰ্টি একশ্যন লেব(জে-পি এ এল) প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ গবেষণা কক্ষৰ এগৰাকী সঞ্চালক হিচাপে কৰ্মৰত হৈ আছিল।

তদুপৰি, অভিজিত বেনাৰ্জীয়ে ৰাষ্ট্ৰসংঘৰ সচিৱ প্ৰধানৰ উচ্চস্তৰীয় সমিতিতো কাৰ্য্যনিৰ্বাহ কৰিছিল।

Recent News

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবী নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবী নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd