ভাৰতৰ প্ৰথম কৰ’নাভাইৰাছ ভেকচিনৰ মানৱ দেহত সফল প্ৰয়োগ

India's first COVID-19 vaccine Covaxin's human trial starts well

ভাৰতৰ প্ৰথম কৰ’নাভাইৰাছৰ ভেকচিন ক’ভেক্সিনৰ মানৱ দেহত সফল প্ৰয়োগ ঘটিছে।

এইমছ, পাটনা আৰু পি জি আই এম এছ, ৰহটকে যোৱা সপ্তাহত এই ভেকচিনৰ মানৱ দেহত পৰীক্ষা আৰম্ভ কৰিছে।

ভেকচিনবিধৰ প্ৰয়োগৰ পিছত স্বেচ্ছাসেৱকসকলৰ দেহত কোনো প্ৰতিকূল প্ৰভাৱ পৰিলক্ষিত হোৱা নাই।

হায়দৰাবাদৰ কোম্পানি ভাৰত বায়’টেকে পুনেৰ এন আই ভি আৰু আই চি এম আৰৰ সহযোগিতাত এই ভেকচিনটো তৈয়াৰ কৰা হৈছে।

আহক এই ভেকচিনটোৰ বিষয়ে জানো–