• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সংবাদ কৰ্মীৰ বাবে কিমান সুৰক্ষিত ভাৰত! বিশ্ব প্ৰেছ স্বাধীনতা সূচকত ১৫০ তম স্থানলৈ অৱনমিত ভাৰতৰ স্থান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2022 1:00 pm
India’s rank on World Press Freedom Index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংবাদিকৰ বাবে ক্ৰমাৎ এক অসহিষ্ণু পৰিৱেশৰ সৃষ্টি হৈছে নেকি ভাৰতত ? দেশত সুৰক্ষিত নহয় নেকি সংবাদ কৰ্মীসকল ? বিশ্ব প্ৰেছ স্বাধীনতা সূচকত ভাৰতে ১৮০ খন দেশৰ ভিতৰত ১৫০ তম স্থান লাভ কৰাৰ পাছতেই এই প্ৰশ্ন ক্ৰমাৎ প্ৰাসঙ্গিক হৈ পৰিছে।

আন্তৰ্জাতিক সংস্থা মিডিয়া ৱাচডগ ৰিপ’ৰ্টাৰ্ছ চান্স ফ্ৰণ্টিৰেছে মঙলবাৰে এই তালিকা প্ৰকাশ কৰিছে। উদ্বেগজনকভাৱে এই তালিকাত ২০২১ বৰ্ষত ১৪২ তম স্থান লাভ কৰা ভাৰতে এইবাৰ আঠটাকৈ স্থানৰ অৱনমিত হৈ ১৫০ স্থানত স্থিতি লাভ কৰিছে।

সংগঠনটোৱে ২০০২ চনৰ পৰা ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স প্ৰকাশ কৰি আহিছে। এই তালিকাত ধাৰাবাহিকভাৱে অৱনমিত হৈ আহি আছে ভাৰত। ২০১৬ চনত ১৩৩ তম স্থানৰ পৰা ২০২২ চনত ভাৰতৰ স্থান ১৫০ লৈ হ্ৰাস পাইছে।

আন্তৰ্জাতিক সংস্থাটোৱে ইয়াৰ ৱেবছাইটত এক বিবৃতিত কয়, “বিশ্ব সংবাদ মাধ্যমৰ স্বাধীনতা দিৱসত ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ আৰু আন ৯ টাকৈ মানৱ অধিকাৰ সংগঠনে ভাৰতীয় কৰ্তৃপক্ষক সাংবাদিকসকলকৰ কামৰ ক্ষেত্ৰত বাধা প্ৰদান বন্ধ কৰিবলৈ আহ্বান জনায়।”

ৰিপ’ৰ্টাৰ্ছ চেন্স ফ্ৰণ্টিয়াৰচ (আৰএছএফ)- এ কয় যে ভাৰতীয় কৰ্তৃপক্ষই মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰক সন্মান কৰা উচিত। সংবাদ কৰ্মীসকলক বাধা প্ৰদান কৰিবলৈ সন্ত্ৰাসবাদ আৰু ৰাজদ্ৰোহ আইনৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে মোকৰ্দমা কৰা বন্ধ কৰা উচিত।”

লগতে সাংবাদিকসকলকৰ সমালোচনামূলক প্ৰতিবেদনৰ বাবে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত অভিযোগত আটক কৰা যিকোনো সাংবাদিকক মুকলি কৰিবলৈ আহ্বান জনায় সংস্থাটোৱে।

আন এক আন্তৰ্জাতিক সংস্থা ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰে “সাংবাদিকৰ বিৰুদ্ধে হিংসা, ৰাজনৈতিকভাৱে পক্ষপাতদুষ্ট সংবাদ মাধ্যম আৰু সংবাদ মাধ্যমৰ মালিকীস্বত্বৰ” বিষয়ে উল্লেখ কৰি কয় যে ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা বৰ্তমান সংকটত আছে।

“কিছু বছৰ পূৰ্বলৈকে ভাৰতীয় সংবাদ মাধ্যমক যথেষ্ট প্ৰগতিশীল হিচাপে দেখা গৈছিল। কিন্তু চলিত দশকৰ মাজভাগত পৰিস্থিতি আমূল পৰিৱৰ্তন হৈছে। নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শাসকীয় দল বিজেপি আৰু সংবাদ মাধ্যমত আধিপত্য বিস্তাৰ কৰা বৃহৎ মালিকগোষ্ঠী পৰিয়ালসমূহৰ মাজত এক চমৎকাৰ মিত্ৰতা গঢ়ি উঠিছে।”— ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰে কয়।

লগতে চৰকাৰৰ অত্যাধিক সমালোচনা কৰা সাংবাদিকসকল মোডীৰ অনুৰাগীসকলৰ দ্বাৰা ধাৰবাহিক নিৰ্যাতন আৰু আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছে বুলিও সংস্থাটোৱে বিবৃতিটোত উল্লেখ কৰিছে।

ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰে লগতে কয় যে চৰকাৰ আৰু চৰকাৰৰ সমৰ্থকসকলে ক’ভিদ মহামাৰী সন্দৰ্ভত চৰকাৰী বিবৃতিৰ বিৰোধীতা কৰি প্ৰতিবেদন প্ৰকাশ কৰা সংবাদ মাধ্যমসমূহৰ বিৰুদ্ধে একপ্ৰকাৰৰ গেৰিলা যুদ্ধ আৰম্ভ কৰিছে।

লগতে চৰকাৰ বিৰোধী প্ৰতিবাদ কভাৰ কৰিবলৈ চেষ্টা কৰা সাংবাদিকসকলক প্ৰায়ে গ্ৰেপ্তাৰ কৰা হৈছে বুলিও বিবৃতিটোত অভিযোগ কৰা হৈছে।

উল্লেখ্য যে যোৱা বৰ্ষ ডিচেম্বৰত এই সংস্থাটোৱে ২০২১ বৰ্ষত নিহত সাংবাদিকৰ সংখ্যাৰ আধাৰত ভাৰতক বিশ্বৰ পাঁচখন আটাইতকৈ বিপদজনক দেশৰ ভিতৰত তালিকাভুক্ত কৰিছিল।

এইদৰে আন্তৰ্জাতি মঞ্চত ভাৰতৰ এনে প্ৰতিচ্ছবিয়ে দেশৰ বাবে এক লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰাই নহয়, দেশৰ গণতান্ত্ৰিক চৰিত্ৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ পিছতো দেশৰ শাসকবৰ্গই সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাত হস্তক্ষেপ নকৰাকৈ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰতি সন্মান জনাব নে সেইয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd