• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীৰ আশ্বাসত ডিমাহাচাওৰ অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ প্ৰত্যাহাৰ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
March 9, 2019 5:25 pm
318
VIEWS
Share on FacebookShare on Twitter

পাহাৰীয়া ডিমা হাচাও জিলাত ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰাম আৰু ইণ্ডিজেনাছ অ’মেন ফ’ৰামে আহ্বান জনোৱা অনিৰ্দিষ্টকালীন ৰে’ল অৱৰোধ আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আশ্বাস পাই বিয়লি ৩ বজাত  প্ৰত্যাহাৰ কৰে। আই এছ এফ আৰু আই ডব্লিউ এফৰ নেতৃবৃন্দৰ মাজত হোৱা এক বৈঠকৰ পিছত অৱৰোধ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। আই এছ এফৰ সভাপতি ডেভিদ কেইভমে ফোন যোগে নৰ্থ ইষ্ট নাওক এই কথা জনায়।

লগতে সভাপতি গৰাকীয়ে কয় যে অহা ১১ মাৰ্চত দিচপুৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ক্ষতিপূৰণ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত আই এছ এফ আৰু ডব্লিউ এফৰ পৰা মুঠ ১০ জন প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে লামডিং-শিলচৰৰ ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ সময়ত পাহাৰীয়া ডিমা হাচাও জিলাৰ মাহুৰৰ পৰা ডিটকচড়ালৈকে পাঁচ শতাধিক গাঁৱৰ ৰাইজে নিজৰ ঘৰ-বাৰি হেৰুৱাব লগীয়া হৈছিল। ফলত ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামে ৰে’ল বিভাগক ইয়াৰ উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাই আহিছিল যদিও ৰে’ল বিভাগে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাছিল।

Recent News

এই তিনিটা কথা গোপনে ৰাখিব পৰাজনেই চতুৰ মানুহ

এই তিনিটা কথা গোপনে ৰাখিব পৰাজনেই চতুৰ মানুহ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd