• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-নেপালৰ মাজৰ নিৰ্মীয়মান ৰেলপথে শক্তিশালী কৰিব দ্বিপাক্ষিক সম্পৰ্ক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2018 8:44 pm
railway-tracks-750x375
191
VIEWS
Share on FacebookShare on Twitter

নেপালৰ জনকপুৰ আৰু বিহাৰৰ জয়নগৰৰ মাজৰ ৩৪ কিঃমিঃ দূৰত্বত এটা নতুন ৰেলপথ বহুওৱাৰ কাম আৰম্ভ কৰিছে ভাৰতীয় ৰে’লৱেই।

কেন্দ্ৰীয় ৰে’ল আৰু কয়লা মন্ত্ৰী পীয়ুষ গোৱেলে এই দুই স্থানৰ মাজত বহুৱাই থকা ৰে’লপথৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ আশা প্ৰকাশ কৰিছে যে এই ৰে’লপথচোৱাই কেবল ব্যৱসায় বাণিজ্যকেই ত্বৰান্বিত নকৰে, দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰ মাজত দ্বিপাক্ষিক সম্পৰ্কও উন্নীত কৰিব।

যোৱাকালি সোমবাৰে এটা টুইটযোগে গোৱেলে প্ৰকাশ কৰিছে, ‘‘৩৪ কিঃমিঃ দৈৰ্ঘৰ জনকপুৰ-জয়নগৰ ৰে’লপথচোৱা নিৰ্মাণ হোৱাৰ লগে লগে নেপালে প্ৰথমবাৰৰ বাবে এটা সৰ্বাধুনিক ৰে’লপথ লাভ কৰিব।’’

জনকপুৰ-জয়নগৰ ৰেলপথচোৱাই অধিক বাণিজ্য আৰু তীৰ্থযাত্ৰীৰ আশা বঢ়াই তুলিছে। উল্লেখ্য যে জইণ্ট ৱৰ্কিং গ্ৰুপৰ তৃতীয়খন বৈঠকত ভাৰত আৰু নেপালৰ বিষয়াসকলে সীমান্তৰ সিপাৰৰ এই ৰেলপথচোৱাৰ কাম-কাজৰ অগ্ৰগতিৰল বুজ লৈছিল।

পুনৰীক্ষণ বৈঠকখনৰ পাৰছত ভাৰতীয় দূতাৱাসে এটা বিবৃতি প্ৰকাশ কৰি জয়ানগৰ-বিজালপুৰা—বৰ্দিবাস আৰু জোগবনী-বিৰাটনগৰ ৰে’ল সংযোগ প্ৰকল্পৰ প্ৰশংসা কৰিছিল।

দুয়ো পক্ষই জয়নগৰৰ পৰা জনকপুৰ/কুৰথা আৰু জোগবানীলৈকে ৰে২লগাড়ী চলাচল কৰোৱাৰ সন্দৰ্ভত বিতং আলোচনা কৰিছিল।। উল্লেখ্য যে এই ৰে’লপথচোৱা চলিত বৰ্ষৰ অক্টোবৰৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল।

Recent News

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

ৰয়টাৰকে ধৰি দুহেজাৰ একাউণ্ট ব্লক কৰিবলৈ কৈছিল ভাৰত চৰকাৰে : স্পষ্টীকৰণ ইলন মাস্কৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd