• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লাইভ ষ্ট্ৰীমিংত একেৰাহে ৭ বটল ‘চাইনা ভ’ডকা’ পান! প্ৰাণ গ’ল ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2023 9:15 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

970
VIEWS
Share on FacebookShare on Twitter

এক বা দুই নহয়, একেৰাহে সাত বটল মদ পানেই কাল হ’ল এক ব্যক্তিৰ। ছ’চিয়েল মিডিয়াত মদ্যপানৰ লাইভ ষ্ট্ৰীম কৰাৰ ১২ ঘণ্টাৰ পিছতে মৃত্যু হয় এগৰাকী ইনফ্লুয়েন্সাৰৰ।

ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় ইনফ্লুয়েন্সাৰ ৩৪ বছৰীয়া ছানকিয়াংগে (Sanqiange) কেমেৰাৰ সন্মুখত মদ্যপান কৰি চমক দিবলৈ চেষ্টা কৰিছিল। কিন্তু নিজৰ বাহাদুৰী দেখুৱাবলৈ গৈয়েই কৰুণ পৰিণতি ঘটিল তেওঁৰ।

১৬ মে’ৰ দিনৰ প্ৰায় ১ বজাৰ পৰা চীনৰ স্থানীয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লাইভ আৰম্ভ কৰিছিল। তেওঁ জনাইছিল যে তেওঁ চাইনিজ ভদকাৰ এটাৰ পিছত আন এটা বটল শেষ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰা ভদকাত ৩০ৰ পৰা ৬০ শতাংশৰ ভিতৰত এলক’হল থকা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: ১০০ বছৰৰ পাছত পুথিভঁৰাললৈ ঘূৰি আহিল গ্ৰন্থ! লেট ফাইন ১ লাখ ১৭ হাজাৰ টকা, কিন্তু…

ইনফ্লুয়েন্সাৰ গৰাকীয়ে লাইভত এটা এটাকৈ বটল শেষ কৰিবলৈ ধৰিলে। দৰ্শকৰ পৰা বিভিন্ন উপহাৰ পোৱাৰ আশাত তেওঁ নিজৰ লক্ষ্য ক্ষিপ্ৰতাৰে পূৰণ কৰিবলৈ চেষ্টা কৰি থাকিল। কিন্তু সেই লক্ষ্য অভিশাপ হৈ পৰিল।

মৃতকৰ এজন বন্ধুৱে কয় যে তেওঁ প্ৰায় চাৰিটা বটল লাইভত শেষ কৰা দেখিছিল। কিন্তু সেই দীঘলীয়া লাইভত ছানকিয়াংগে কমেও সাত বটল মদ খাইছিল। আৰু লাইভ শেষ হোৱাৰ ১২ ঘণ্টাৰ পিছত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

ইনফ্লুয়েন্সাৰ গৰাকীৰ পৰিয়ালে কয় যে তেওঁলোকে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সুযোগো নাপালে। তাৰ আগতে সকলো শেষ হৈ গৈছিল। অত্যধিক মদ্যপানৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে নিশ্চিত কৰিছে।

লগতে পঢ়ক: চাণক্য নীতি: এই চাৰিটা দোষ আপোনাৰ নাথাকিলে আপুনি সৌভাগ্যবান, থাকিলে মাতি আনিব ধ্বংস

বাতৰি অনুসৰি, এই চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লাইভ ষ্ট্ৰীমিংৰ সময়ত মদ্যপানৰ অনুমতি দিয়া নহয়। তেনে ক্ষেত্ৰত জৰিমনা বিহা হয়। এই ইনফ্লুয়েন্সাৰক পূৰ্বেও লাইভত মদ্যপানৰ বাবে নিষিদ্ধ কৰা হৈছিল। কিন্তু নতুন একাউণ্ট খুলি আকৌ তেওঁ একে কামেই কৰিলে। এইবাৰ তেওঁৰ মৃত্যুৰ পিছত পুনৰ কঠোৰ হৈ পৰিছে ছচিয়েল মিডিয়া প্লেটফৰ্মটো।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd