• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লাইভ ষ্ট্ৰীমিংত একেৰাহে ৭ বটল ‘চাইনা ভ’ডকা’ পান! প্ৰাণ গ’ল ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2023 9:15 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক বা দুই নহয়, একেৰাহে সাত বটল মদ পানেই কাল হ’ল এক ব্যক্তিৰ। ছ’চিয়েল মিডিয়াত মদ্যপানৰ লাইভ ষ্ট্ৰীম কৰাৰ ১২ ঘণ্টাৰ পিছতে মৃত্যু হয় এগৰাকী ইনফ্লুয়েন্সাৰৰ।

ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় ইনফ্লুয়েন্সাৰ ৩৪ বছৰীয়া ছানকিয়াংগে (Sanqiange) কেমেৰাৰ সন্মুখত মদ্যপান কৰি চমক দিবলৈ চেষ্টা কৰিছিল। কিন্তু নিজৰ বাহাদুৰী দেখুৱাবলৈ গৈয়েই কৰুণ পৰিণতি ঘটিল তেওঁৰ।

১৬ মে’ৰ দিনৰ প্ৰায় ১ বজাৰ পৰা চীনৰ স্থানীয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লাইভ আৰম্ভ কৰিছিল। তেওঁ জনাইছিল যে তেওঁ চাইনিজ ভদকাৰ এটাৰ পিছত আন এটা বটল শেষ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰা ভদকাত ৩০ৰ পৰা ৬০ শতাংশৰ ভিতৰত এলক’হল থকা বুলি জানিব পৰা গৈছে।

Apply Now

লগতে পঢ়ক: ১০০ বছৰৰ পাছত পুথিভঁৰাললৈ ঘূৰি আহিল গ্ৰন্থ! লেট ফাইন ১ লাখ ১৭ হাজাৰ টকা, কিন্তু…

ইনফ্লুয়েন্সাৰ গৰাকীয়ে লাইভত এটা এটাকৈ বটল শেষ কৰিবলৈ ধৰিলে। দৰ্শকৰ পৰা বিভিন্ন উপহাৰ পোৱাৰ আশাত তেওঁ নিজৰ লক্ষ্য ক্ষিপ্ৰতাৰে পূৰণ কৰিবলৈ চেষ্টা কৰি থাকিল। কিন্তু সেই লক্ষ্য অভিশাপ হৈ পৰিল।

মৃতকৰ এজন বন্ধুৱে কয় যে তেওঁ প্ৰায় চাৰিটা বটল লাইভত শেষ কৰা দেখিছিল। কিন্তু সেই দীঘলীয়া লাইভত ছানকিয়াংগে কমেও সাত বটল মদ খাইছিল। আৰু লাইভ শেষ হোৱাৰ ১২ ঘণ্টাৰ পিছত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

ইনফ্লুয়েন্সাৰ গৰাকীৰ পৰিয়ালে কয় যে তেওঁলোকে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সুযোগো নাপালে। তাৰ আগতে সকলো শেষ হৈ গৈছিল। অত্যধিক মদ্যপানৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে নিশ্চিত কৰিছে।

লগতে পঢ়ক: চাণক্য নীতি: এই চাৰিটা দোষ আপোনাৰ নাথাকিলে আপুনি সৌভাগ্যবান, থাকিলে মাতি আনিব ধ্বংস

বাতৰি অনুসৰি, এই চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লাইভ ষ্ট্ৰীমিংৰ সময়ত মদ্যপানৰ অনুমতি দিয়া নহয়। তেনে ক্ষেত্ৰত জৰিমনা বিহা হয়। এই ইনফ্লুয়েন্সাৰক পূৰ্বেও লাইভত মদ্যপানৰ বাবে নিষিদ্ধ কৰা হৈছিল। কিন্তু নতুন একাউণ্ট খুলি আকৌ তেওঁ একে কামেই কৰিলে। এইবাৰ তেওঁৰ মৃত্যুৰ পিছত পুনৰ কঠোৰ হৈ পৰিছে ছচিয়েল মিডিয়া প্লেটফৰ্মটো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd