• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 8, 2025 7:30 pm
নৌ যুদ্ধত আৰু এখোজ আগবাঢ়িল ভাৰত; হাতলৈ আহিল নতুন যুদ্ধ জাহাজ INS Arnala
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-পাক উত্তেজনাৰ মাজতে নৌসেনাৰ হাতলৈ আহিছে নতুন যুদ্ধ জাহাজ INS Arnala। এই যুদ্ধ জাহাজ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড (জি আৰ এছ ই)ৰ দ্বাৰা নিৰ্মিত। তুলনামূলকভাৱে সৰু এই জাহাজখনে দেশৰ নৌসেনাক ছাবমেৰিনৰ বিৰুদ্ধে যুঁজত সহায় কৰিব। জাহাজখনৰ দৈৰ্ঘ্য ৭৭.৬ মিটাৰ আৰু বহল ১০.৫ মিটাৰ।

উল্লেখ্য যে এই জাহাজখন ব্যক্তিগত সংস্থাৰ সৈতে যৌথভাৱে নিৰ্মাণ কৰা হৈছিল। যিটো দেশৰ যুদ্ধজাহাজ নিৰ্মাণৰ ইতিহাসত প্ৰথম। এল এণ্ড টি কাটুপালিয়ে জি আৰ এছ ইৰ সৈতে যৌথভাৱে এই কাম কৰিছে। এই প্ৰকল্পৰ অধীনত মুঠ ১৬ খন এনে যুদ্ধ জাহাজ নিৰ্মাণ কৰা হৈছে। বৃহস্পতিবাৰে নৌসেনাক গতাই দিয়া হয় আই এন এছ আৰ্নালা।

জনা যায় যে জাহাজখন নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ ৮৮ শতাংশ দেশীয়। আকাৰত সৰু হ’লেও এই জাহাজখন যথেষ্ট কাৰ্যক্ষম। এই জাহাজখন সাগৰতকৈ অগভীৰ অঞ্চলত ব্যৱহাৰ কৰা হ’ব। ইয়াৰ লগত লঘু টৰ্পিডো, এণ্টি ছাবমেৰিন ৰকেট আৰু তিনিটা ‘ৱাটাৰ জেট’ সংলগ্ন কৰা হৈছে। দক্ষতা, গতি আৰু নিপুনতা এই ধৰণৰ যুদ্ধজাহাজৰ বিশেষ বৈশিষ্ট্য।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

September 3, 2025 9:12 am
শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

September 3, 2025 8:42 am
সোণ সৰবৰাহৰ গোচৰত অভিনেত্ৰী ৰণ্যা ৰাওক ১০২ কোটি টকাৰ জৰিমনা বিহিলে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে

সোণ সৰবৰাহৰ গোচৰত অভিনেত্ৰী ৰণ্যা ৰাওক ১০২ কোটি টকাৰ জৰিমনা বিহিলে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে

September 3, 2025 7:30 am
মুখৰ পৰা গোন্ধ ওলোৱাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ

মুখৰ পৰা গোন্ধ ওলোৱাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ

September 3, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

বিতৰ্কত বনতাৰাৰ তদন্তকাৰী কমিটি: SIT-এ সাংবাদিকৰ ভাষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকিল অনন্ত আম্বানীৰ অধিবক্তা

September 3, 2025 9:12 am
শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

শুকাই আহিছে সেউজীয়া পৃথিৱী : এছিয়াৰ হিমবাহ বছৰি গলিছে ২ কোটি ২০ লাখ কিলোগ্ৰাম বৰফ

September 3, 2025 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd