• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈলৈও এন আৰ চিত সন্দেহযুক্ত বিদেশীৰ জাননী

পুলেন্দ্র দাস by পুলেন্দ্র দাস
May 9, 2019 4:32 pm
Nisad-Ali-1140x570

আন্ত:ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ নিচাদ আলী। ফাইল ফটো

1.5k
VIEWS
Share on FacebookShare on Twitter

কাৰাটে খেলৰ জৰিয়তে দেশলৈ কেইবাটাও পদক কঢ়িয়াই আনি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা বৰপেটাৰ সুযোগ্য সন্তান নিচাদ আলীৰ নাগৰিকত্বক লৈও এন আৰ চিত অভিযোগ উত্থাপিত হৈছে ৷ সম্পূৰ্ণ ঠিকনা নথকা অভিযোগকাৰীৰ অভিযোগৰ বাবেই আন্ত:ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈগৰাকীয়ে আজি নিজকে ভাৰতীয় বুলি প্ৰমাণিত কৰাৰ পৰীক্ষাত অৱতীৰ্ণ হয় ৷

অনুশীলনৰ বাবে সম্প্ৰতি ৰাজ্যৰ বাহিৰত থকা নিচাদ আলীয়ে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ বাবে বৰপেটাত উপস্থিত হয় ৷ আজি সৰ্থেবাৰীত থকা এন আৰ চি কেন্দ্ৰত নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ বাবে অৱতীৰ্ণ হয় আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ গৰাকীয়ে ৷

index
অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নিচাদ আলী। ফাইল ফটো

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ ডাৰবানত বিগত বৰ্ষত অনুষ্ঠিত নৱম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰা নিশাদ আলীয়ে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

কেইবাখন দেশৰ “ভিছা” লাভ কৰা এনে এগৰাকী খেলুৱৈৰ প্ৰতি নাগৰিকত্বৰ ওপৰত অভিযোগ দাখিল কৰাকলৈ আশ্চৰ্য প্ৰকাশ কৰিছে খেলুৱৈ গৰাকীৰ পিতৃ মাতৃৰ লগতে স্থানীয় ৰাইজে ৷

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd