• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰ্যাপদক প্ৰাচীন কামৰূপী নৃত্য পৰম্পৰা আৰু ওজাপালিক মাৰ্গীয় নৃত্য পৰম্পৰাৰ স্বীকৃতিৰ বাবে আয়োজিত হ’ব আন্তৰ্জাতিক কৰ্মশালা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2023 9:33 am
2.8k
VIEWS
Share on FacebookShare on Twitter

অসম কলাতীৰ্থ, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, অসমৰ মাননীয় মুখমন্ত্ৰী মহোদয়ৰ ৰ পৰামৰ্শ অনুযায়ী ৰাজ্য সভাৰ মাননীয় সাংসদ পবিত্র মাৰ্ঘেৰিটাৰ সভাকক্ষত দিশপুৰ সচিবালয় চৌহদত যোৱা ৫ অক্টোবৰ তাৰিখে এক সৌহার্দ্যপূর্ণ সভা অনুষ্ঠিত হয়। 

চৰ্যাপদ, ভাষা সাহিত্য আৰু ওজাপালি পৰম্পৰা বিষয়ক  আলোচনাত প্ৰাচীন কামৰূপৰ চৰ্যাপদ  আৰু  চৰ্যানৃত্য কেনেদৰে ঘুৰাই আনিব পাৰি এই সম্পৰ্কে বিশদ আলোচনা  কৰে।  এই সভাত ৰাজ্য সভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই সকলোকে আদৰণি জনাই চৰ্যাপদে অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশত কিদৰে অৰিহণা যোগাইছে আৰু এই পৰম্পৰাগত কলাক কেনেদৰে আমাৰ দেশত আঁকোৱালি লব পাৰি তাক লৈ সমাধান সূত্র বিচাৰি সদৌটিকে আহ্বান  জনায়। 

কলাতীৰ্থৰ  সভাপতি ড° বলেন্দ্ৰ কুমাৰ দাসে  সভাপতিৰ দায়িত্ব পালন কৰি কয় যে আগন্তুক শীতত এটি সজাতী দল নেপাললৈ গৈ চৰ্যা পদ ৰ সাঁচিপাত অধ্যয়নৰ, গৱেষণা কাৰ্যৰ লগতে নৃত্য শিক্ষা ৰ প্ৰশিক্ষণ লোৱাৰ পোষকতা কৰে।  সভাখনিত আহ্বায়ক তথা অধ্যাপক ড° সঞ্জীৱ কুমাৰ শৰ্মাই আলোচনা সত্ৰ আৰু কৰ্মশালা অনুষ্ঠিত কৰি তাত অংশগ্ৰহণ কৰিব লগীয়া  আন্তৰ্জাতিক গৱেষক  তথা পণ্ডিতৰ যোগদান সুনিশ্চিত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। 

কলাতীৰ্থৰ অধ্যক্ষ তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে ভৱিষ্যৎ কাৰ্য়সূচী বিতংকৈ আলোচনা কৰে, লগতে চৰ্যা  নৃত্য আৰু গীতৰ কৰ্মশালা অহা ডিচেম্বৰ জানুৱাৰী  মাহত সভাত উপস্থিত  কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ  বাকৰিত  অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ দিয়ে। 

আনহাতে দৰঙৰ ওজাপালি সংগীত নাটক অকাদেমিৰ স্বীকৃতি প্ৰদান কৰিবলৈ সাৰাংশ পত্ৰ প্ৰস্তুত, বিদ্যায়তনিক দিশ সূচাৰুৰূপে আগবঢ়ায় নিয়াৰ নিশ্চিিতি প্ৰদান কৰে অধ্যাপক প্ৰদীপ জ্য়োতি মহন্তই।  গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপক ড০ খগেন শৰ্মাই জানিবলৈ দিয়ে যে  কৰ্মশালাৰ বাবে কাঠমাণ্ডুৰ পৰা এটা বিশেষ দলে  চৰ্যা নৃত্য প্ৰদৰ্শন কৰিব আৰু আমেৰিকা, বাংলাদেশ,কলিকতা আৰু উৰিষ্যাৰ গৱেষকে অংশ গ্রহন কৰিব বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে ড° বলেন্দ্ৰ কুমাৰ দাসে আলোচনা সত্ৰসমূহত গৱেষক -অধ্যাপক সকলৰ  গবেষণাপত্ৰ আহবান  কৰি প্ৰকাশ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। 

এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালক মীনাক্ষী দাস নাথ,সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব মনিদ্বীপা বৰকটকী , চৰ্যাপদৰ   পূর্বে প্ৰশিক্ষণ প্ৰাপ্ত নৃত্য পটিয়সী অনিতা শৰ্মা,ডা০ মীৰনন্দা বৰঠাকুৰ,, নাট পৰিচালক মানিক আহমেদ, ড০ অসীম বৰা, দিব্যজোতি গোস্বামী,  প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যাক্তি য়ে।সভাৰ শেষত মাননীয়  সাংসদ পবিত্র মাৰ্ঘেৰিটা ই পৰবৰ্তী বৈঠক অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্রী বিমল বৰা দেবৰ উপস্থিতিত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd