• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰ্যাপদক প্ৰাচীন কামৰূপী নৃত্য পৰম্পৰা আৰু ওজাপালিক মাৰ্গীয় নৃত্য পৰম্পৰাৰ স্বীকৃতিৰ বাবে আয়োজিত হ’ব আন্তৰ্জাতিক কৰ্মশালা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2023 9:33 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম কলাতীৰ্থ, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, অসমৰ মাননীয় মুখমন্ত্ৰী মহোদয়ৰ ৰ পৰামৰ্শ অনুযায়ী ৰাজ্য সভাৰ মাননীয় সাংসদ পবিত্র মাৰ্ঘেৰিটাৰ সভাকক্ষত দিশপুৰ সচিবালয় চৌহদত যোৱা ৫ অক্টোবৰ তাৰিখে এক সৌহার্দ্যপূর্ণ সভা অনুষ্ঠিত হয়। 

চৰ্যাপদ, ভাষা সাহিত্য আৰু ওজাপালি পৰম্পৰা বিষয়ক  আলোচনাত প্ৰাচীন কামৰূপৰ চৰ্যাপদ  আৰু  চৰ্যানৃত্য কেনেদৰে ঘুৰাই আনিব পাৰি এই সম্পৰ্কে বিশদ আলোচনা  কৰে।  এই সভাত ৰাজ্য সভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই সকলোকে আদৰণি জনাই চৰ্যাপদে অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশত কিদৰে অৰিহণা যোগাইছে আৰু এই পৰম্পৰাগত কলাক কেনেদৰে আমাৰ দেশত আঁকোৱালি লব পাৰি তাক লৈ সমাধান সূত্র বিচাৰি সদৌটিকে আহ্বান  জনায়। 

Apply Now

কলাতীৰ্থৰ  সভাপতি ড° বলেন্দ্ৰ কুমাৰ দাসে  সভাপতিৰ দায়িত্ব পালন কৰি কয় যে আগন্তুক শীতত এটি সজাতী দল নেপাললৈ গৈ চৰ্যা পদ ৰ সাঁচিপাত অধ্যয়নৰ, গৱেষণা কাৰ্যৰ লগতে নৃত্য শিক্ষা ৰ প্ৰশিক্ষণ লোৱাৰ পোষকতা কৰে।  সভাখনিত আহ্বায়ক তথা অধ্যাপক ড° সঞ্জীৱ কুমাৰ শৰ্মাই আলোচনা সত্ৰ আৰু কৰ্মশালা অনুষ্ঠিত কৰি তাত অংশগ্ৰহণ কৰিব লগীয়া  আন্তৰ্জাতিক গৱেষক  তথা পণ্ডিতৰ যোগদান সুনিশ্চিত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। 

কলাতীৰ্থৰ অধ্যক্ষ তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে ভৱিষ্যৎ কাৰ্য়সূচী বিতংকৈ আলোচনা কৰে, লগতে চৰ্যা  নৃত্য আৰু গীতৰ কৰ্মশালা অহা ডিচেম্বৰ জানুৱাৰী  মাহত সভাত উপস্থিত  কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ  বাকৰিত  অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ দিয়ে। 

আনহাতে দৰঙৰ ওজাপালি সংগীত নাটক অকাদেমিৰ স্বীকৃতি প্ৰদান কৰিবলৈ সাৰাংশ পত্ৰ প্ৰস্তুত, বিদ্যায়তনিক দিশ সূচাৰুৰূপে আগবঢ়ায় নিয়াৰ নিশ্চিিতি প্ৰদান কৰে অধ্যাপক প্ৰদীপ জ্য়োতি মহন্তই।  গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপক ড০ খগেন শৰ্মাই জানিবলৈ দিয়ে যে  কৰ্মশালাৰ বাবে কাঠমাণ্ডুৰ পৰা এটা বিশেষ দলে  চৰ্যা নৃত্য প্ৰদৰ্শন কৰিব আৰু আমেৰিকা, বাংলাদেশ,কলিকতা আৰু উৰিষ্যাৰ গৱেষকে অংশ গ্রহন কৰিব বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে ড° বলেন্দ্ৰ কুমাৰ দাসে আলোচনা সত্ৰসমূহত গৱেষক -অধ্যাপক সকলৰ  গবেষণাপত্ৰ আহবান  কৰি প্ৰকাশ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। 

এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালক মীনাক্ষী দাস নাথ,সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব মনিদ্বীপা বৰকটকী , চৰ্যাপদৰ   পূর্বে প্ৰশিক্ষণ প্ৰাপ্ত নৃত্য পটিয়সী অনিতা শৰ্মা,ডা০ মীৰনন্দা বৰঠাকুৰ,, নাট পৰিচালক মানিক আহমেদ, ড০ অসীম বৰা, দিব্যজোতি গোস্বামী,  প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যাক্তি য়ে।সভাৰ শেষত মাননীয়  সাংসদ পবিত্র মাৰ্ঘেৰিটা ই পৰবৰ্তী বৈঠক অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্রী বিমল বৰা দেবৰ উপস্থিতিত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd