• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছৰ আতংক; অদৃষ্টৰ হাতত দুলি থাকিব নেকি ২০২০ টকিঅ’ অলিম্পিক!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2020 12:27 pm
IOC-president-Thomas-Bach-696x364

IOCৰ সভাপতি থ'মাছ বাচ

2.7k
VIEWS
Share on FacebookShare on Twitter

অদৃষ্টৰ হাতত দুলি থাকিব নেকি ২০২০ টকিঅ’ অলিম্পিক! সমগ্ৰ বিশ্ব জুৰি ক’ৰ’না ভাইৰাছে সন্ত্ৰাস চলোৱাৰ পৰিপ্ৰেক্ষিত এনে প্ৰশ্নৰ উদ্ৰেক হৈছে সমগ্ৰ ক্ৰীড়া বিশ্বত।

উল্লেখ্য যে, ২০২০ টকিঅ’ অলিম্পিকলৈ মাজত মাথো আৰু ১৯ টা সপ্তাহে আছে।

এনে এক সন্ধিক্ষণতে আন্তজাৰ্তিক অলিম্পিক সংস্থা(IOC)ৰ সভাপতি থ’মাছ বেচে এনে এক আশংকাৰ কথাই প্ৰকাশ কৰিছে।

লগতে পঢ়ক নিৰ্ধাৰিত সূচীমতে অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক ২০২০; IOCৰ উচ্চস্তৰীয় বৈঠকত সিদ্ধান্ত

থ’মাছে যোৱা ২২ মাৰ্চত কয় যে এতিয়াও ২০২০ টকিঅ’ ক্ৰীড়া বাতিল কৰা হোৱা নাই যদিও IOC অন্তৰ্গত বহু সংস্থা আৰু ক্ৰীড়াবিধে অংশগ্ৰহণ কৰিবলৈ সংশয় প্ৰকাশ কৰিছে।

‘IOCৰ কাৰ্যকৰী ব’ৰ্ডৰ ওপৰত ২০২০ টকিঅ’ অলিম্পিক বাতিল কৰাৰ বাবে হেঁচা পৰিছে যদিও কোনো সমাধান উলিয়াব পৰা নাই, আমাক সকলোৱে এই ক্ষেত্ৰত সহায় আগবঢ়াওক।’ নিঃসহায়ভাৱে বাচে কয়।

লগতে তেওঁ কয় যে বিশ্বৰ বৃহত্তম ক্ৰীড়া সমাৰোহখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাই, কিন্তু টকিঅ’ তথা সমগ্ৰ বিশ্বৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়া সমাৰোহখনি স্থগিত কৰা হ’ব পাৰে বুলিও থ’মাছে প্ৰকাশ কৰিছে।

২০২০ টকিঅ’ অলিম্পিক আয়োজক কমিটি, জাপানিছ অ’থৰিটিছ, টকিঅ’ মেট্ৰপলিটান চৰকাৰ আৰু IOCৰ মাজত এই সম্পৰ্কে বিস্তৃতভাৱে আলোচানা চলি আছে। যদি বিশ্বজুৰি ক’ৰ’না ভাইৰাছৰ সংহাৰ নিয়্ন্ত্ৰণলৈ নাহে তেনে ক্ৰীড়া সমাৰোখনি হয়তো স্থগিত ৰকা হ’ব। অৱেশ্য এই সম্পৰ্কেও আলোচানা চলি আছে যদিও সিদ্ধান্ত লোৱা হোৱা নাই।

লগতে পঢ়ক ক’ৰ’নাৰ আতংক; বাতিল হ’ব নেকি টকিঅ’ অলিম্পিক! আজি অনুষ্ঠিত হৈছে অলিম্পিক কমিটিৰ উচ্চস্তৰীয় বৈঠক

IOCএ এই সন্দৰ্ভত অহা চাৰি সপ্তাহৰ ভিতৰত সিদ্ধান্ত ল’ব বুলিও জানিবলৈ দিছে IOCৰ সভাপতি থ’মাছ বাচে।

ইফালে যোৱা ২২ মাৰ্চত কিম্বদন্তী এথলিট কাৰ্ল লুইচে ২০২০ টকিঅ’ অলিম্পিক ক্ৰীড়াক অহা দুবছৰলৈ পিছুৱাই দিয়া উচিত বুলি মন্তব্য কৰিছিল।

আনহাতে কানাডীয়ান অলিম্পিক কমিটি(COC)এ IOCক ক্ৰীড়া সমাৰোহখনি স্থগিত ৰাখিবলৈ দাবী জনাইছে।

উল্লেখ্য যে, অহা ২৪ জুলাইৰ পৰা ২০২০ টকিঅ’ অলিম্পিক ক্ৰীড়া সমাৰোহখনি  আৰম্ভ হোৱাৰ কথা।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd