• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাৰ আতংক; বাতিল হ’ব নেকি টকিঅ’ অলিম্পিক! আজি অনুষ্ঠিত হৈছে অলিম্পিক কমিটিৰ উচ্চস্তৰীয় বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 12:06 pm
Olympics-logo-696x364
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে আতংকময় পৰিৱেশ সূচনাৰ কৰা পাছত চিন্তিত হৈ পৰিছে আন্তজাৰ্তিক অলিম্পিক কমিটি(IOC)।

অলিম্পিক কমিটিয়ে আজি অনুষ্ঠিত কৰিছে এখন গুৰুত্বপূৰ্ণ বৈঠক।

Apply Now

উল্লেখ্য যে ২০২০ বৰ্ষৰ অলিম্পিক জাপানৰ টকিঅ’ত অনুষ্ঠিত হোৱাৰ কথা।

সমগ্ৰ বিশ্বৰ লগতে জাপানতো ক’ৰ’না ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। আৰু এনে আতংকময় পৰিস্থিতিত জাপানৰ কিছুমান প্রতিষ্ঠানে টকিঅ’ অলিম্পিক আয়োজনৰ মৰসাহ কৰিব খোজা নাই বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

তাৰ পিছতে সজাগ হৈছে অলিম্পিক কমিটি। সেয়ে আজি অলিম্পিক কমিটিৰ উচ্চ স্তৰীয় বৈঠক আহ্বান কৰা হৈছে।

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই ইউৰোপক ক’ৰ’নাৰ ভাইৰাছৰ অভিকেন্দ্ৰৰূপে অভিহিত কৰাৰ পিছত বিশ্ব অলিম্পিক সন্থা এই ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে।

বিশ্ব অলিম্পিক সন্থাই ‘ইনফৰ্মেশ্যন এক্সেঞ্চ’ জৰিয়তে বিশ্বৰ বিভিন্ন ক্ৰীড়া সন্থাৰ লগতো কিদৰে অলিম্পিকৰ আয়োজনৰ প্ৰস্তুতি চলাব পাৰি সেই বিষয়ে আলোচনা কৰিব। IOCৰ সহযোগী সংস্থা আৰু ইয়াৰ অধীনস্থ সংস্থাবোৰৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰা হ’ব।

ইফালে প্ৰশ্ন উদয় হৈছে বাতিল হ’ব পাৰে নেকি টকিঅ’ অলিম্পিক!

এই ক্ষেত্ৰত IOCয়ে দৃঢ়তাৰে কয় যে নিৰ্ধাৰিত সময়সূচী মতেই টকিঅ’ অলিম্পিক অনুষ্ঠিত হ’ব। ১৬ মাৰ্চত IOCএ আৰু কয় যে টকিঅ’ অলিম্পিক সময়মতে অনুষ্ঠিত কৰিবলৈ IOC দায়ৱদ্ধ আৰু আত্মবিশ্বাসী। কিন্তু এই ক্ষেত্ৰত সংশ্লিষ্ট সকলো পক্ষই IOCক সহযোগিতা আগবঢ়াব লাগিব।

উল্লেখ্য ২৪ জুনৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ মেগা ইভেন্টখনলৈ মাত্ৰ আৰু ১৯ সপ্তাহে আছে। ইতিমধ্যে বক্সিঙকে আদি কৰি কিছুমান ইভেন্টৰ কেইবাটাও জ’নৰ এথলিটে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে।

ইফালে জাপানৰ চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে যে জাপানৰ প্ৰধাম মন্ত্ৰী ছিনজ’ আবে আৰু বিশ্ব অলিম্পিক কমিটিৰ মুখ্য কাৰ্যবাহী থ’মাছ বাচে নিৰ্ধাৰিত সূচীমতে টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰিবলৈ সঘনে যোগাযোগ ৰক্ষা কৰি চলিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিছে।

জাপানত এতিয়ালৈকে ৮১৪ জন লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ২৪ জন আক্ৰান্ত লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm
মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

June 22, 2026 5:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd