নিবনুৱাৰ বাবে সুখবৰ! : IOCLত ৪৮২টা নবিচি পদৰ বাবে আবেদন আহ্বান, কেনেকৈ কৰিব আবেদন?

index

ভাৰতীয় তেল নিগম লিমিটেড( Indian Oil Corporation Limited)ত ৪৮২ টা নবিচি পদৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে।

প্ৰতিষ্ঠানটোৰ ৱেষ্টাৰ্ণ ৰিজন পাইপলাইন(WRPL), নৰ্দান ৰিজন পাইপলাইন(NRPL) ইষ্টাৰ্ণ ৰিজন পাইপলাইন(ERPL), ছাউৰ্থান ৰিজন পাইপলাইন(SRPL) আৰু ছাউথ ইষ্টাৰ্ণ ৰিজন পাইপলাইন(SERPL)ৰ বিভিন্ন স্থানত কাৰিকৰী আৰু অনা-কাৰিকৰী নবিচি পদত নিযুক্তি প্ৰদান কৰা হ’ব।

যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে অহা ৪ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰৰ সন্ধিয়া ৬ বজালৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব।

শিক্ষাগত অহৰ্তা :-

 

 

 

 

 

বয়স ৩০.১০.২০২০ত ১৮ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব।

টেকনিচিয়ান আৰু ট্ৰেড নবিচিসকলৰ বাবে নবিচিৰ সময়সীমা হৈছে এবছৰ আৰু ডাটা অপাৰেটৰসকলৰ বাবে ১৫ মাহ।

অধিক তথ্যৰ বাবে তলৰ লিংকটোক ক্লিক কৰিব পাৰে — Check official notification