• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০ কোটিৰো অধিক টকাৰে ক্ৰয় কৰা বেটছমেনৰ বেটৰ পৰা ওলোৱা নাই এটাও ছিক্সাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2020 2:26 pm
12.3k
VIEWS
Share on FacebookShare on Twitter

আই পি এলৰ ১৩ সংখ্যক সংস্কৰণত যিটো দলৰ বেটিঙে সকলোকে আকৰ্ষিত কৰিছে সেই দলটোৰে আটাইতকৈ দামী বেটছমেনজনৰ হতাশাজনক প্ৰদৰ্শন এতিয়া চৰ্চাৰ মূল বিষয় হৈ পৰিছে।

বিশ্বৰ অন্যতম বিস্ফোৰক বেটছমেন গ্লেন মেক্সৱেলৰ বেট এই পৰ্যন্ত ক্ষান্ত হৈ আছে। এতিয়ালৈকে খেলা ৯ খন মেচত এটাও ছয় কোবাবলৈ সক্ষম হোৱা নাই মেক্সৱেলে।

কিংছ ইলেভেন পঞ্জাৱে অষ্ট্ৰেলিয়াৰ এই গৰাকী ক্ৰিকেটাৰক ১০.৭৫ কোটি টকাৰ বিনিময়ত দলত চামিল কৰিছিল।

ইয়াৰ পূৰ্বেও মেক্সৱেলে ২০১৪ চনত পঞ্জাৱৰ হৈ খেলিছিল আৰু সেইটো ছিজনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল।

২০১৪ৰ প্ৰদৰ্শনৰ ভিত্তিতে দলত মেক্সৱেলক পুনৰ এবাৰ বাচনি কৰা হয় যদিও এইবাৰ তেওঁ সকলোকে হতাশ কৰি তোলা পৰিলক্ষিত হৈছে।

চলিত ছিজনত মেক্সৱেলে খেলা ৯খন মেচৰ আঠটা ইনিংছৰ পৰা মাত্ৰ ৫৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ছিজনত তেওঁৰ ব্যক্তিগত সৰ্বাধিক ৰান হ’ল ১৩।

অন্যতম বিস্ফোৰক বেটছমেন হিচাপে পৰিচিত মেক্সৱেলৰ বেটৰ পৰা মাত্ৰ পাঁচটা চাৰিহে দেখিবলৈ পোৱাৰ বিপৰীতে এটাও ছয় দেখিবলৈ পোৱা নাই অনুৰাগীসকলে।

Recent News

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd