• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই পি এল ২০২০ : ডুবাইলৈ ৰাওনা হ’ল কিংছ ইলেভেন পঞ্জাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2020 12:22 pm
825
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ২০২০ত অংশ ল’বলৈ কিংছ ইলেভেন পঞ্জাৱৰ দলটো য়ু এ ইলৈ ৰাওনা হৈছে।।

কিংছ ইলেভেন পঞ্জাৱ আৰু মহম্মদ ছামীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা জনায়।

উল্লেখ্য যে ভাৰতৰ বিপৰীতে য়ু এ ইত অহা ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগীয়া আই পি এলত অংশ ল’বলৈ এটা এটাকৈ দল সমূহে ডুবাইলৈ যাত্ৰা আৰম্ভ কৰিছে।

ভাৰতীয় দলৰ গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰ কে এল ৰাহুলৰ নেতৃত্বত চলিত বছৰৰ আই পি এলত ভাগ ল’ব কিংছ ইলেভেন পঞ্জাৱ। দলটোৱে প্ৰথমখন মেচ দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব।

উল্লেখ্য যে পঞ্জাৱৰ দলটোৱে ২০২০ৰ নিলামত অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলক ১০.৭৫ কোটি আৰু ৱেষ্ট ইণ্ডিজৰ বাঁওহতীয়া বেগী বলাৰ চেল্ডন ক’ট্ৰেলক ৮.৫ কোটি টকাত ক্ৰয় কৰিছিল।

কিংছ ইলেভেনে দক্ষিণ আফ্ৰিকাৰ ডেভিড মিলাৰ, এন্দ্ৰিউ টাই, চেম কুৰেনৰ দৰে খেলুৱৈক ৰিলিজ কৰি ৯ গৰাকী ক্ৰিকেটাৰক ক্ৰয় কৰিছিল।

Recent News

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

ওড়িশাত এমাহৰ ভিতৰত তৃতীয়টো মহিলা নিৰ্যাতনৰ ঘটনা! চৰম পন্থা গ্ৰহণ যুৱতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd