• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৩ সংখ্যক আই পি এলৰ উদ্বোধনী মেচে গঢ়িলে অনবদ্য অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2020 6:12 pm
276
VIEWS
Share on FacebookShare on Twitter

১৯ ছেপ্তেম্বৰ অৰ্থাৎ যোৱা শনিবাৰে আই পি এলৰ ১৩ সংখ্যক সংস্কৰণৰ উদ্বোধনী মেচখন প্ৰায় ২০ কোটি লোকে উপভোগ কৰিছে বুলি আজি বি চি চি আইৰ সচিব জয় শ্বাহে প্ৰকাশ কৰে।

শ্বাহে জনোৱা মতে, বিশ্বৰ যিকোনো দেশৰ যিকোনো প্ৰতিযোগিতাৰে উদ্বোধনী মেচ উপভোগ কৰা দৰ্শকৰ সংখ্যাতকৈ এয়া যথেষ্ট বেছি।

উল্লেখ্য যে যোৱা শনিবাৰে আই পি এলৰ ১৩ সংখ্যক সংস্কৰণৰ উদ্বোধনী মেচখন আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হৈছিল।

চলিত সংস্কৰণৰ প্ৰথম মেচখনত ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰিছিল।

বি চি চি আইৰ সচিব জয় শ্বাহে অধ্যক্ষ সৌৰভ গাংগুলীক টেগ কৰি এটা টুইটত কয়, “আই পি এলৰ উদ্বোধনী মেচত এটা নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। বি চি চি আইৰ মতে, উক্ত মেচখন ২০ কোটি লোকে উপভোগ কৰিছে। যিকোনো দেশৰ যিকোনো প্ৰতিযোগিতাৰে উদ্বোধনী মেচৰ তুলনাত এইটো যথেষ্ট সৰ্বাধিক সংখ্যা”।

Recent News

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd